তিনিটা দশকৰ ফল এন আৰ চিঃমহন্ত - ঐতিহাসিক অসম আন্দোলনৰ কথা সোঁৱৰণ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-4295904-thumbnail-3x2-hhhh.jpg)
ইটিভি ভাৰতত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ এন আৰ চি প্ৰকাশ হোৱাৰ পাচত প্ৰথমটো প্ৰতিক্ৰিয়া ৷ একালৰ ছাত্ৰ নেতা তথা অসম আন্দোলনৰ অন্যতম হোতা প্ৰফুল্ল মহন্তই সোঁৱৰিলে ঐতিহাসিক অসম আন্দোলনৰ কথা কি ক'লে মহন্তই....চাওক এই সাক্ষাৎকাৰ