thumbnail

By

Published : Mar 24, 2021, 7:48 PM IST

ETV Bharat / Videos

চতিয়াত প্রাণেশ্বৰ বসুমতাৰীয়ে প্ৰভাৱ পেলাব নে ?

৭৫ নং চতিয়া বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্রাণেশ্বৰ বসুমতাৰীৰ মতে বিৰোধী পক্ষৰ বৰ্তমানৰ বিধায়ক পদ্ম হাজৰিকাই সমষ্টিটোত যোৱা ২০ বছৰ চৰকাৰৰ ধন আত্মসাৎ কৰিলে ৷ সমষ্টিটোত বিধায়ক পুঁজিৰ এখনো ফলক নাই বুলি অভিযোগ কৰে প্রাণেশ্বৰ বসুমতাৰীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.