thumbnail

By

Published : Jul 17, 2021, 5:33 PM IST

ETV Bharat / Videos

ক’ভিডত স্বামীহাৰা মহিলাক চেক বিতৰণ মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ

শনিবাৰে যোৰহাটত উপস্থিত হয় শিক্ষামন্ত্ৰী তথা যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগু ৷ উপস্থিত হোৱাৰ পাচতে ক'ভিড মহামাৰীত স্বামীহাৰা হোৱা মহিলাসকলক সাহায্যৰ চেক বিতৰণ কৰে মন্ত্ৰীগৰাকীয়ে ৷ এই উপলক্ষে যোৰহাট আৱৰ্ত ভৱনত এক অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ অনুষ্ঠানত উপস্থিত থকা ৫৩ গৰাকী বিধৱা মহিলালৈ ২.৫০ লাখ টকাকৈ এককালীন সাহায্যৰ চেক প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে ৷ অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, জিলা উপায়ুক্ত, খণ্ড উন্নয়ন বিষয়াসকলৰ লগতে প্ৰশাসনীয় বিষয়াসকল ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.