thumbnail

বটদ্ৰৱাৰ চমকা গাঁৱত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড

By

Published : Nov 10, 2021, 9:40 PM IST

বটদ্ৰৱাৰ চমকা গাঁৱৰ ছাইদুৰ ৰহমান নামৰ এগৰাকী ব্যক্তিক নৃশংসভাৱে হত্যা কৰিলে দুজন ব্যক্তিয়ে ৷ জানিব পৰা মতে ছাইদুৰ ৰহমানৰ ঘৰৰ পৰা জোনাইদুৰ ৰহমান আৰু ফাৰুক নামৰ দুটা চোৰে প্ৰায় 1 লাখ 35 হাজাৰ টকাৰ গহনা লুটি নিয়ে ৷ এই চুৰি কাণ্ডৰ পৰৱৰ্তী সময়ত জোনাইদুৰ ৰহমান আৰু ফাৰুকক চুৰিৰ অভিযোগ দিয়াৰ সময়তে জোনাইদুৰ ৰহমান আৰু ফাৰুকৰ পিতৃ আব্দুৰ ৰছিদ আৰু হিবজুৰ ৰহমানে নৃশংসভাৱে হত্যা কৰে ছাইদুৰ ৰহমানক। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে বটদ্ৰৱা আৰক্ষীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.