পহিলা ব'হাগত লোকে লোকাৰণ্য কলিয়াবৰৰ ভঁৰালী নামঘৰ - পহিলা বহাগ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/images/320-214-3008535-thumbnail-3x2-kol.jpg)
আজি পহিলা ব'হাগ । বিহু তথা বছৰৰ প্ৰথম দিনটোত অসমৰ বিভিন্ন ঠাইৰ লোক একত্ৰিত হৈছে ঐতিহ্যমণ্ডিত কলিয়াবৰৰ পবিত্ৰ ভঁৰালী নামঘৰত । নতুন বছৰৰ দিনবোৰ যাতে কুশল-মংগলেৰে পাৰ হয় তাৰে কামনাৰে ভক্তবৃন্দই আগবঢ়ায় এগচি ভক্তি-প্ৰদীপ-নৈবেদ্য ৷