ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ মাৰ্ক ৰবিনছনৰ সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ

By

Published : Oct 28, 2020, 9:18 PM IST

thumbnail

ইটিভি ভাৰতৰ সৈতে আছুতীয়া সাক্ষাৎকাৰত অংশগ্ৰহণ কৰে ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা ইংলেণ্ডৰ বিশ্বকাপজয়ী মহিলা ক্ৰিকেট দলৰ প্ৰশিক্ষক মাৰ্ক ৰবিনছনে ৷ 53 বৰ্ষীয় ৰবিনছনে ক্ৰিকেটৰ বিভিন্ন দিশ সম্পৰ্কত মন্তব্য কৰে ৷ ভাৰতীয় মহিলা দলৰ প্ৰশংসাতো পঞ্চমুখ হৈ পৰে ৰবিনছন ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.