লখিমপুৰৰ হাৰমতীত শ্ৰীমদ্ভাগৱত জ্ঞান মহাযজ্ঞ

By

Published : Mar 23, 2022, 10:49 PM IST

Updated : Feb 3, 2023, 8:20 PM IST

thumbnail
লখিমপুৰৰ হাৰমতীত সাতদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে শ্ৰীমদ্ভাগৱত জ্ঞান মহাযজ্ঞ (Shreemad Bhagwad Gyan Maha Yagya)। বিশিষ্ট ব্যৱসায়ী বিষ্ণু বিশ্বকৰ্মাৰ উদ্যোগত পৰিয়ালৰ লগতে ৰাজ্য তথা দেশৰ শান্তি সম্প্ৰীতি অক্ষুন্ন ৰাখিবলৈ লগতে ভাগৱতৰ ঐক্যৰ বাণীৰে জীৱকুলক শান্তিৰ পথ দেখুৱাবলৈ এই আয়োজন । সুদুৰ বৃন্দাবনৰ পৰা অহা সন্ত স্বামী ভাগৱত চৰণ দেৱ জী মহাৰাজৰ উপস্থিতিত প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি ধৰ্মধ্বজা উত্তোলনৰ পিছতে বহু সংখ্যক আয়তীয়ে বান্দৰদেৱাৰ গংগা যমুনা মন্দিৰৰ নদীৰ পৰা জলাৰোহন কাৰ্যসূচী ৰূপায়ণ কৰে । সাতদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠানত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শ শ ভক্তই ভিৰ কৰা পৰিলক্ষিত হয় ।
Last Updated : Feb 3, 2023, 8:20 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.