Assam Flood: ৰহাৰ ফুলগুৰিত বাঢ়নী পানীত পৰি যুৱকৰ মৃত্যু - Dead in Assam flood

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 29, 2022, 8:07 PM IST

Updated : Feb 3, 2023, 8:24 PM IST

ৰহাৰ ফুলগুৰিত বাঢ়নী পানীত পৰি বুধবাৰে মৃত্যু হল এজন যুৱকৰ (One dead in flood at Raha) । মৃত যুৱকজনৰ নাম নয়নমনি ডেকা । জানিব পৰা মতে, যুৱকজনে নাও লৈ বাঢ়নী পানীত গৰুৰ বাবে ঘাঁহ কাটিবলৈ গৈছিল । ঘাঁহ কাটি থাকোতেই নাৱৰ পৰা পিচলি দ’ পুখুৰীত পৰি মৃত্যু হয় যুৱকজনৰ । পাছত স্থানীয় ৰাইজে উদ্ধাৰ কৰে যুৱকজনৰ মৃতদেহ ।
Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.