thumbnail

By

Published : Oct 22, 2022, 2:19 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

ETV Bharat / Videos

Reserve close to IC: ৰিজাৰ্ভ ক্ল'জ হ'ল আৰু এজন আৰক্ষী বিষয়াৰ

নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ চৰাঞ্চলৰ শিয়ালমাৰী চৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আব্দুল বাৰেক চৰকাৰক ৰিজাৰ্ভ ক্ল'জ (Reserve close to IC of Abdul Barek Sarkar)। আৰক্ষী বিষয়াজনক নলবাৰী জিলা আৰক্ষী অধীক্ষকে কৰিছে ৰিজাৰ্ভ ক্ল'জ । বাল্য বিবাহ সংঘটিত কৰা অভিভাৱকৰ পৰা ধন সংগ্ৰহৰ অভিযোগ আছিল আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে । কিছুদিন পূৰ্বে শিয়ালমাৰী থানাৰ অন্তৰ্গত ১ নং বৰবালাত বাল্যবিবাহ সংঘটিত কৰা অভিভাৱকৰ পৰা কেইজনমান দালালৰ জৰিয়তে ৮২ হাজাৰ টকা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছিল আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে । তাৰে ভিত্তিতে নলবাৰী জিলা আৰক্ষী অধীক্ষকে আৰক্ষী বিষয়াজনক ৰিজাৰ্ভ ক্ল'জ কৰে ।
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.