Tense in Boko: বন বিষয়াৰে তীব্ৰ বাক বিতণ্ডা বালি ব্যৱসায়ীৰ - বন বিষয়াৰে তীব্ৰ বাক বিতণ্ডা বালি ব্যৱসায়ীৰ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Dec 21, 2022, 2:22 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

বকোৰ লালমাটিত বালি ব্যৱসায়ী আৰু বন বিষয়াৰ মাজত তুমুল বাক বিতণ্ডা । অবৈধভাৱে মজুত ৰখা বালিৰ বিৰুদ্ধে শিংৰা বনাঞ্চলিক বিষয়াই অভিযান চলাওতেই একাংশ বালি ব্যৱসায়ীৰ সৈতে তীব্ৰ বাক বিতণ্ডাত লিপ্ত হয়(Forest department raids illegal sand dunes) । কৰ আদায় দিয়াৰ পাছতো বালি জমা কৰা স্থানত জেচিবিৰ হাতোৰা পৰাত ক্ষোভিত হৈ পৰিছে বালি ব্যৱসায়ীসকল(Heated situation between sand traders and forest officer) । আমাক গুলিয়াই মাৰক বুলি মন্তব্য কৰে বালি ব্যৱসায়ীসকলে । লগতে বালি ব্যৱসায়ীৰ পৰা বনবিষয়াই একলাখ বিশ হাজাৰ টকা লোৱাৰো অভিযোগ উত্থাপন কৰে ব্যৱসায়ীসকলে(Sand traders complain against forest officials) । আনহাতে অবৈধভাবে বালি কঢ়িওৱাৰ অভিযোগ উত্থাপন কৰে বনবিষয়াই । বিনা অনুমতিত অবৈধভাৱে ডেৰ হাজাৰ চিএম বালি জমা ৰখাৰ অভিযোগ উত্থাপন কৰে বিষয়াসকলে । আনহাতে আক্ৰোশমূলক ভাৱে বনাঞ্চলিক কাৰ্যালয়ৰ তৰফৰ পৰা বকো থানাত গোচৰ তৰাৰ অভিযোগ উত্থাপন কৰে বালি ব্যৱসায়ী সকলে ।
Last Updated : Feb 3, 2023, 8:36 PM IST

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.