thumbnail

By

Published : Apr 15, 2023, 10:08 PM IST

ETV Bharat / Videos

Chadak Puja Celebrations: দুঃসাহসিক ক্ৰীড়া প্ৰদৰ্শনেৰে ৰঙিয়াত চড়ক পূজা উদযাপন

ৰঙিয়া,১৫ এপ্ৰিল: ভয়ংকৰ, দুঃসাহসিক, শিহৰণকাৰী ক্ৰীড়া প্ৰদৰ্শনেৰে ৰঙিয়াৰ তুলসীবাৰীত অনুষ্ঠিত কৰা হয় ১৩ সংখ্যাক চড়ক পূজা (Chadak Puja Celebrates in Rangia) । অঞ্চলটোৰ সকলো ৰাইজে অংশগ্ৰহণ কৰি সকলোৰে কুশল কামনাৰে পূজা-অৰ্চনা কৰে ৷ এই পূজাত লোৰে নিৰ্মিত বৰশী পিঠিত বিন্ধাই, জুইৰ আঙঠাৰ ওপৰেৰে পাৰ হৈ যোৱাৰ লগতে পৰম্পৰাগতভাৱে কিছুমান অদ্ভূত ক্ৰীড়া পৰিৱেশন কৰা হয় (Chadak Puja Celebrations) ।  

তুলসীবাৰীত অনুষ্ঠিত হোৱা এই পূজাত উপস্থিত ৰাইজৰ আগত কেইবাটাও অদ্ভুত তথা দুঃসাহসিক খেল প্ৰদৰ্শন কৰা হয় (Traditionally celebrated Charak Puja) । চড়ক পূজাৰ এই আলৌকিক দৃশ্য চাবলৈ কেইবা সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে । তান্ত্ৰিকগৰাকীয়ে নিজৰ জীৱন মৃত্যুক নেওচি ভাগ লয় চড়ক পূজাৰ কাৰ্যসূচীত । পৰম্পৰাগতভাৱে অনুষ্ঠিত চড়ক পূজা ভক্তৰ মনোবাঞ্চা সিদ্ধিৰস্থলী ৰূপে অভিহিত কৰা হয় । 

লগতে পঢ়ক: AASU Bihu 2023 : তিনিচুকীয়াত আয়োজন আছুৰ কেন্দ্ৰীয় মুকলি বিহু

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.