thumbnail

By

Published : May 5, 2022, 5:18 PM IST

Updated : Feb 3, 2023, 8:23 PM IST

ETV Bharat / Videos

কাজিৰঙাত বিজেপি মিত্ৰজোঁট বিধায়ক-সাংসদৰ পৰ্যালোচনা বৈঠক

কাজিৰঙাত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ব বিজেপি মিত্ৰজোঁটৰ বিধায়ক-সাংসদৰ পৰ্যালোচনা বৈঠক(BJP review meeting to be held in Kaziranga) ৷ বৈঠকক লৈ কাজিৰঙাৰ মান্দু ৰিজৰ্টত আদৰণি সাংস্কৃতিক অনুষ্ঠান আৰু নৈশভোজৰ বাবে বিশেষ প্ৰস্তুতি চলোৱা হৈছে । বিয়লি ভাগত মুখ্যমন্ত্ৰী, মন্ত্ৰী, বিধায়ক, সাংসদ, উচ্চ পদস্থ বিষয়াসকল ৰিজৰ্টখনত উপস্থিত হ’ব । সন্ধিয়া ৫ বজাৰ পৰা আৰম্ভ হ’ব কাৰ্যসূচী । ৰিজৰ্টখনত নৈশযাপন কৰিব কেইবাজনো মন্ত্ৰী আৰু বিধায়কে । আনহাতে শুকুৰবাৰে পুৱাৰ ভাগৰ পৰা বৰগছ ৰিজৰ্টত হ’ব মূল পৰ্যালোচনা বৈঠক(Rreview meeting of BJP led-government) ।
Last Updated : Feb 3, 2023, 8:23 PM IST

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.