thumbnail

By

Published : Apr 12, 2020, 10:37 AM IST

ETV Bharat / Videos

বিদেশত কুশলে আছেনে অসমীয়া -4

COVID 19 এ সৃষ্টি কৰা বিশ্ব মহামাৰীৰ এই ভয়াৱহ সময়চোৱাত পৃথিৱীৰ চুকে কোণে সিঁচৰতি হৈ থকা অসমীয়া লোকসকল কেনে আছে ! কুশলে আছেনে তেওঁলোক ! জীৱিকা সূত্ৰে, অধ্যয়ন সূত্ৰে বা যিকোনো কাৰণতে বিশ্বৰ ভিন ভিন প্ৰান্তত বসবাস কৰি অহা সেইসকল লোক এই সময়ত কেনেকৈ আছে সেই খবৰ ৰাইজক জনোৱাৰ উদ্দেশ্যে ই টি ভি ভাৰতৰ এই বিশেষ অনুষ্ঠান । কৰ্মসূত্ৰে আমেৰিকাৰ কেনচাচত আছে অসমৰ দম্পতি পংকজ ভূঞা আৰু তৃষ্ণালী নেওগ ৷ এনে এক জটিল পৰিস্থিতিত তেওঁলোক দুয়ো কেনেকৈ আছে ,জানো আহক তেওঁলোকৰ মুখেৰই ....

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.