thumbnail

By

Published : Mar 18, 2022, 10:29 PM IST

Updated : Feb 3, 2023, 8:20 PM IST

ETV Bharat / Videos

আমিনগাঁও ইণ্ডোৰ ষ্টেডিয়ামত মুখ্যমন্ত্ৰী

আমিনগাঁৱত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । শুকুৰবাৰে নিৰ্মীয়মান আমিনগাঁও ইণ্ডোৰ ষ্টেডিয়াম পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে(CM at Amingaon indoor stadium) । উল্লেখ্য যে, অত্যাধুনিক ৰূপত গঢ় দিয়া হ'ব এই ষ্টেডিয়ামখন । ষ্টেডিয়ামখনৰ লগত সংলগ্ন কৰি আন এখন ষ্টেডিয়াম নিৰ্মাণৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। নতুন ৰূপত গঢ় দিব বিচৰা ষ্টেডিয়ামখনৰ সৈতে নিৰ্মাণ কৰা হ'ব অত্যাধুনিক প্ৰযুক্তিৰ এটি শ্বুইমিং পুল(Swimming pool) । আনহাতে, কুমাৰ ভাষ্কৰ বৰ্মন ক্ষেত্ৰত নিৰ্মাণ হ'বলগীয়া ষ্টেডিয়ামখনত ফুটবলৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হ'ব ।
Last Updated : Feb 3, 2023, 8:20 PM IST

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.