মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীক কেলেংকাৰীত অভিযুক্ত কৰাক লৈ ৰিপুণ বৰাৰ প্ৰতিক্ৰিয়া - CBI

🎬 Watch Now: Feature Video

thumbnail

By

Published : Nov 22, 2019, 8:29 PM IST

মণিপুৰৰ কোটি টকীয়া কেলংকাৰীত নাম সাঙুৰ খাইছে মণিপুৰৰ মুখ্যমন্ত্ৰী অকৰাম ইব’বি সিঙৰ ৷ মণিপুৰৰ বিভিন্ন স্থানত চিবিআইৰ তদন্তৰ পাচতেই মণিপুৰৰ মুখ্যমন্ত্ৰীৰ মন্তব্য ’মই সম্পূৰ্ণ ভাৱে নিকা আৰু সকলো ধৰণৰ তদন্তৰ বাবে মই সাজু ৷ এই সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ প্ৰতিক্ৰিয়া ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.