দেশজুৰি সমাগত দিপাৱলীৰ প্ৰস্তুতি তুংগত
🎬 Watch Now: Feature Video
বিগত কেইবামাহ ধৰি কৰ’ণা মহামাৰীয়ে মানুহৰ দৈনন্দিন জীৱনত খলকনিৰ সৃষ্টি কৰি আহিছে যদিও এতিয়া নতুন আনন্দ আৰু আশাৰ সৈতে উৎসৱৰ সময় ৷ আগন্তুক ধনতেৰছৰ পৰা আৰম্ভ কৰি সমাগত দীপাৱলী আৰু দশেৰাক লৈ সকলোৰে মাজত এতিয়া ব্যস্ততা ৷ এই উৎসৱৰ প্ৰাকক্ষণত আপুনি পদপথত,বজাৰত গ্ৰাহকৰ ভিৰ অনুমান কৰিব পাৰে ৷ বিভিন্ন বজাৰকে ধৰি সোণ-ৰূপৰ বিক্ৰেতাসকলেও গ্ৰাহকৰ বাবে এতিয়া অপেক্ষাৰত ৷ এই সন্দৰ্ভত ইটিভি ভাৰতৰ এক প্ৰতিবেদন...