thumbnail

মৃদুপৱন নেওগৰ বিপৰীতে থানাত হাজিৰ অধিবক্তা

By

Published : Sep 14, 2022, 1:06 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

পঞ্চমদিনাও নগাঁৱৰ ইটাচালী আৰক্ষীচকীত হাজিৰ নহ'ল প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত মৃদুপৱন নেওগ (cheating case accused Mridupawan Neog) । নগাঁও আৰক্ষী থানাত ৰুজু হোৱা গোচৰত দীৰ্ঘদিনে পলাতক হৈ আছিল মৃদুপৱন নেওগ । পাঁচদিন পূৰ্বে আদালতৰ পৰা জামিন লাভ কৰিছে মৃদুপৱন নেওগে (Mridupawan Neog gets bail) । মঙলবাৰে নগাঁও আৰক্ষীৰ ওচৰত হাজিৰ হোৱাৰ নিৰ্দেশ আছিল আদালতৰ । মৃদুপৱনৰ বিপৰীতে আৰক্ষী থানাত উপস্থিত হয় মৃদুপৱন নেওগৰ অধিবক্তা । আনন্দ মিশ্ৰ থকা সময়ত পৰিস্থিতি ভাল নাছিল বাবেই আৰক্ষীৰ ওচৰত হাজিৰ হোৱা নাছিল মৃদুপৱন নেওগ ।
Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.