ETV Bharat / sukhibhava

Benefits Of Red Guava: ৰঙা মধুৰি আমৰ এই উপকাৰিতা জানি আপুনি হৈ পৰিব আচৰিত

author img

By

Published : Aug 7, 2023, 7:01 PM IST

আপুনি জানেনে বগা মধুৰি আমতকৈ ৰঙা মধুৰি আম অধিক উপকাৰী । হয়, ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন চি পোৱা যায় । ইয়াৰ লগতে এন্টিঅক্সিডেন্ট গুণো ইয়াত থাকে । ইয়াৰ উপকাৰিতা জানি লওক ।

Benefits Of Red Guava
ৰঙা মধুৰি আমৰ এইসমূহ উপকাৰিতা জানি লওক

মধুৰি আম আমাৰ স্বাস্থ্যৰ পক্ষে খুবেই লাভদায়ক ৷ ইয়াৰ দ্বাৰা আমাৰ শৰীৰে প্ৰচুৰ শক্তি লাভ কৰে ৷ কিন্তু আপুনি জানেনে বগা মধুৰি আমতকৈ ৰঙা মধুৰি আম অধিক উপকাৰী । হয়, ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন চি পোৱা যায় । ইয়াৰ লগতে এন্টিঅক্সিডেন্ট গুণো ইয়াত থাকে । ইয়াৰ উপকাৰিতা জানি লওক ।

  • ডায়েবেটিছত ৰঙা মধুৰি আম খোৱাটো উপকাৰী । আচলতে ৰঙা মধুৰি আ মত বগা মধুৰি আমতকৈ কম চেনি থাকে, যাৰ ফলত তেজৰ চেনি নিয়ন্ত্ৰণত সহায় কৰে । ইয়াৰ উপৰিও ইয়াক খালে আইৰণৰ অভাৱো দূৰ হয় ।
  • ৰঙা মধুৰি আম সেৱনেও প্ৰষ্টেট কেন্সাৰৰ সম্ভাৱনা কমোৱাত সহায় কৰে।গুৱাভাই টিউমাৰ গঠন প্ৰক্ৰিয়াত বাধা দিয়ে ।
  • ৰঙা মধুৰি আমত প্ৰচুৰ পৰিমাণে পটাছিয়াম পোৱা যায়, যিয়ে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে। ৰঙা মধুৰিয়াম বি পি ৰোগীৰ বাবে উপকাৰী হ’ব পাৰে ।
  • ৰঙা মধুৰি আমত প্ৰচুৰ পৰিমাণে আঁহ পোৱা যায়।ইয়াতো প্ৰচুৰ পৰিমাণে পানী থাকে । ইয়াৰ ফলত কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ হয়, হজম শক্তি উন্নত হয় ।
  • বগা মধুৰি আমতকৈ ৰঙা মধুৰি আমত বহু বেছি পৰিমাণে এন্টিঅক্সিডেন্ট পোৱা যায় । যাৰ সহায়ত ই ছালৰ ৰোগ নিৰাময়ত সহায় কৰে । ইয়াৰ লগতে ছালৰ কৰ্কট ৰোগৰ সম্ভাৱনাও হ্ৰাস কৰিব পাৰি ।
  • ৰঙা মধুৰি আমত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে । সেয়েহে ৰঙা মধুৰি আম সেৱন কৰিলে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয় । যাৰ দ্বাৰা সংক্ৰমণৰ পৰা হাত সাৰিব পাৰি ।
  • ৰঙা মধুৰি আমত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে ।
  • ৰঙা মধুৰি আমত পাচন এনজাইম থাকে, যিয়ে পাচনতন্ত্ৰৰ স্বাস্থ্য উন্নত কৰিব পাৰে ।
  • ৰঙা মধুৰি আমত এন্টিঅক্সিডেন্ট থাকে, যিয়ে ছালখন সুস্থ কৰি ৰখাত সহায় কৰিব পাৰে আৰু ছালৰ বয়স বৃদ্ধি ৰোধ কৰিব পাৰে ।
  • ৰঙা মধুৰি আমত আঁহ আৰু ভিটামিন চি থাকে, যিয়ে হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰিব পাৰে ।
  • ৰঙা মধুৰি আমত কাৰ্বহাইড্ৰেট থাকে যিয়ে শক্তি প্ৰদান কৰিব পাৰে, যাৰ ফলত শৰীৰৰ শক্তিৰ মাত্ৰা বৃদ্ধি পায় ।
  • অনুগ্ৰহ কৰি মন কৰক যে, এই তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যে আৰু চিকিৎসা সেৱাৰ বাবে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো গুৰুত্বপূৰ্ণ ।

লগতে পঢ়ক: Alia Bhatt Fitness Secret: এই বিশেষ চালাড বিধ হৈছে আলিয়া ভাটৰ ফিটনেছৰ ৰহস্য, আলিয়া ভাটৰ পৰাই জানি লওক তৈয়াৰৰ পদ্ধতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.