ETV Bharat / sukhibhava

Keeping phone in jeans pocket: সাৱধান ! জিন্সৰ পকেটত ভুলতো নাৰাখিব মোবাইল ফোন - জিন্সৰ পকেটত ভুলতো নাৰাখিব মোবাইল ফোন

সদায় লগত মোবাইল ৰাখিলে বা জিন্সৰ পকেটত মোবাইল ৰাখিলে আমাৰ শৰীৰৰ বহু ধৰণৰ ক্ষতি হ’ব পাৰে (Keeping phone in jeans pocket)। সেই ক্ষতিসমূহ কি জানো আহক ।

What are the disadvantages of keeping the phone in the pocket of jeans?
জিন্সৰ পকেটত মোবাইল ৰাখিলে আমাৰ শৰীৰৰ বহু ধৰণৰ ক্ষতি হ’ব পাৰে
author img

By

Published : May 14, 2023, 7:33 PM IST

বৰ্তমানৰ আধুনিক যুগত মোবাইল অবিহনে যেন মানুহে নিজৰ জীৱনটোৱে কল্পনাই কৰিব নোৱাৰে ৷ কেৱল যুৱক-যুৱতীয়েই নহয়, যিকোনো বয়সৰ লোকৰ মোবাইল প্ৰতি আসক্তি থকা দেখা পোৱা যায় ৷ সৰুৰ পৰা ডাঙৰলৈ, ডেকাৰ পৰা বুঢ়ালৈ যিকোনো বয়সৰ লোক ব্যস্ত থাকে ছ’চিয়েল মিডিয়াত (Cell phone radiation effects on human body)। কিন্তু আজি আলোচনা কৰিম, মোবাইল ফোনটো ব্যৱহাৰ কৰাৰ পিচত কিমান দূৰত ৰাখিব লাগে ৷

আপুনিও জিন্সৰ পকেটত ৰাখে নেকি মোবাইল ফোন ? যদি ৰাখে তেনেহ’লে সাৱধান ৷ কিয়নো জিন্সৰ পকেটত মোবাইল ৰাখিলে আমাৰ শৰীৰৰ বহু ধৰণৰ ক্ষতি হ’ব পাৰে । কেনেধৰণৰ ক্ষতি হ’ব জানো আহক।

জিন্স বা ট্ৰাউজাৰৰ পকেটত মোবাইল ৰাখিলে প্ৰজনন ক্ষমতাৰ হাৰত প্ৰত্যক্ষ প্ৰভাৱ পৰে বুলি বহু গৱেষণাত প্ৰকাশ পাইছে (Effect of mobile phone on human health) । সেইবাবেই বেছিভাগ মানুহেই মোবাইল ফোনটো পিছফালৰ পকেটত বা চাৰ্টৰ পেকেটত ৰাখিব লাগে বুলি পৰামৰ্শ দিয়ে ।

কেন্সাৰৰ আশংকা

স্বাস্থ্য বিশেষজ্ঞৰ মতে যদি কোনো ব্যক্তিয়ে পকেটত মোবাইল , তেন্তে সেয়া তাঁৰবিহীন নেটৱৰ্কৰ সৈতে সংযুক্ত হৈ থাকে (Keeping phone in jeans pocket)। ইয়াৰ বাবে শৰীৰে ১০ গুণ বিকিৰণ সহ্য কৰিবলগীয়া হয় । এই বিকিৰণকো কৰ্কট ৰোগৰ বিশেষ কাৰণ হিচাবে গণ্য কৰা হৈছে । উল্লেখ্য যে ৰেডিয়চনেও আপোনাৰ ডি এন এৰ গঠন সলনি কৰিব পাৰে । সন্তান জন্ম দিব নোৱাৰাৰ আশংকাও অতিমাত্ৰা বৃদ্ধি পায় । হাড়বোৰো দুৰ্বল হৈ পৰে (Cell phones dangerous to your health) ।

তেতিয়াহ’লে ক’ত ৰাখিব মোবাইল ?

ফোনটো বেগ বা পাৰ্চত ৰখাই ভাল । যদি ফোনটো বেগত ৰাখিব নোৱাৰে তেন্তে জিন্সৰ পিছফালৰ পকেটত ৰাখিব (Smartphones harmful to our health)। ফোনটোৰ পিছফালটো ওপৰলৈ ৰাখক যাতে বিকিৰণৰ সংস্পৰ্শলৈ নাযায় ।

চলন্ত বিকিৰণৰ ওপৰত নিৰ্ভৰ কৰে মোবাইল

সংকেতৰ শক্তি চলন্ত বিকিৰণৰ ওপৰত নিৰ্ভৰ কৰে (Harmful effects of mobile) । বহু মোবাইল ফোনত এন্টেনাৰ যোগেদি বিকিৰণ ওলাই আহে । এনে পৰিস্থিতিত ফোনটো শৰীৰৰ ওচৰত ৰখাটো ক্ষতিকাৰক । ইয়াৰ ফলত আপোনাৰ শৰীৰৰ কলাবোৰৰ ক্ষতি হ’ব পাৰে (Effect of mobile phone on human health) ।

লগতে পঢ়ক: Empty Stomach Workout: খালী পেটত জিম কৰে নেকি ? তেন্তে সাৱধান হৈ যাওক

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.