ETV Bharat / sukhibhava

কেঞ্চাৰ, হৃদৰোগৰ প্ৰতিৰোধী Tomato Catchupৰ আন উপকাৰিতাসমূহ জানক

আপুনি বাৰু Tomato Catchup খাই ভাল পাই নেকি ? তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে ৷ Tomato Catchupৰ আছে বহু উপকাৰিতা, যিসমূহ জনাৰ পিছত আচৰিত হৈ পৰিব আপুনিও ৷

TOMATO KETCHUP BENEFITS IN CANCER HEART DISEASE PRVENTING TOMATO CATCHUP DISADVANTAGES
কেঞ্চাৰ, হৃদৰোগৰ প্ৰতিৰোধী Tomato Catchupৰ আন উপকাৰিতাসমূহ জানক
author img

By

Published : Sep 8, 2022, 1:01 PM IST

মানুহে Tomato Catchup খুবেই ভাল পায় । চিঙৰাই হওক, পকোৰাই হওক বা চেণ্ডুইচেই হওক, সকলোৱে Tomato Catchupৰ সৈতে খাই ভাল পায়, কিন্তু বহু সময়ত এনেকুৱাও হয় যে, মানুহে একেটা টমেটো কেচাপকে বহুদিন খায় । টমেটো কেচাপৰ বহুতো উপকাৰিতা আছে যিবোৰৰ বিষয়ে বহুলোক অজ্ঞাত । কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত ই অতি ফলপ্ৰসূ(tomato ketchup benefits) ।

ৰাষ্ট্ৰীয় উদ্ভিদ গৱেষণা প্ৰতিষ্ঠানৰ জ্যেষ্ঠ প্ৰধান বিজ্ঞানী ডাঃ মহেশ পাল (Dr. Mahesh Pal, Scientist, CSIR NBRI)য়ে কয় যে, টমেটো কেচাপত লাইকোপেন থাকে যিটো আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী । তেওঁ লগতে কয় যে, এক গৱেষণাৰ মতে ইয়াত থকা লাইকোপিন আৰু কেৰটিন’ইড প্ৰষ্টেট কেঞ্চাৰ প্ৰতিৰোধ কৰাত সহায়কাৰী(Tomato ketchup benefits in cancer heart disease) ।

লাইকোপেন কি(What is lycopene): বিজ্ঞানী ডাঃ মহেশ পালে কয় যে, লাইকোপেন হৈছে এনে এটা ৰং যিটো বিলাহীৰ দ্বাৰা তৈয়াৰী সকলো বস্তুতে থাকে । ই শৰীৰত থকা ফ্ৰী ৰেডিকেলৰ বিৰুদ্ধে যুঁজ দি এন্টিঅক্সিডেন্টৰ ভূমিকা পালন কৰে । ইয়াৰ এন্টিঅক্সিডেন্ট গুণৰ(Antioxidant properties) বাবে ই কেঞ্চাৰ আৰু হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে ।

টমেটো কেচাপত ছ'ডিয়াম বেনজ’ৱেটৰ ভূমিকা(Sodium Benzoate Roll in Tomato Catchup): ডাঃ মহেশ পালে কয় যে, টমেটো কেটচাপ তৈয়াৰ কৰাত ছ'ডিয়ামে আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । চাটনি বনোৱাত সৰ্বাধিক পৰিমাণৰ সতেজ ৰঙা বিলাহী ব্যৱহাৰ কৰা হয় । ইয়াৰ বাহিৰেও ইয়াত ছ'ডিয়াম বেনজ’ৱেট (Sodium Benzoate Roll in Tomato Catchup) যোগ কৰা হয় যাতে ই সোনকালে নষ্ট নহয় আৰু যাতে ভেঁকুৰ পৰিব নোৱাৰে । ভিনেগাৰ, চেনি, শুকান আদাৰ গুড়ি, আদাৰ গুড়ি, ৰঙা জলকীয়া গুড়ি আৰু ক’লা নিমখ আদি মিহলাই Tomato Catchup তৈয়াৰ কৰা হয় ।

টমেটো কেচাপৰ উপকাৰীতা(Tomato ketchup benefits): ডাঃ মহেশ পালে কয় যে, Tomato Catchupয়ে আমাৰ শৰীৰৰ পৰা ‘Bad Cholesterol’ আঁতৰোৱাত সহায় কৰে । বিলাহীৰ ৰঙা ৰঙৰ কাৰণ ইয়াত উপস্থিত থকা এটা বিশেষ ৰঞ্জক পদাৰ্থ । এই ৰঞ্জক পদাৰ্থটো হৈছে লাইকোপেন । ই এবিধ এন্টি অক্সিডেন্ট যিয়ে হৃদৰোগ আৰু কোষৰ ক্ষতি ৰোধ কৰে । বিলাহীত লাইকোপেন থাকে আৰু Catchup ডাঠ হোৱাৰ বাবে ইয়াত এই ঘনত্ব বৃহৎ পৰিমাণে পোৱা যায় ।

টমেটো কেচাপৰ অসুবিধা(Tomato catchup disadvantages): ডাঃ মহেশ পালে জনাইছে যে, Tomato Catchupৰ সুবিধাৰ লগতে অসুবিধাও আছে । টমেটো কেচাপ বনোৱাত প্ৰচুৰ পৰিমাণে নিমখ আৰু চেনি ব্যৱহাৰ কৰা হয় । অধিক পৰিমাণৰ নিমখ খালে আপোনাৰ শৰীৰত ছডিয়ামৰ পৰিমাণ অতিৰিক্ত হৈ পৰে আৰু ৰক্তচাপ বৃদ্ধি হোৱাৰ আশংকা থাকে । একেদৰে চেনিৰ অতি ৰিক্ত হোৱাৰ বাবে ডায়েবেটিছ ৰোগীৰ লগতে সুস্থ লোকৰ তেজত চেনিৰ পৰিমাণ বহু পৰিমাণে বৃদ্ধি পায় ।

লগতে পঢ়ক : গাজৰৰ হালোৱা এৰি ৰসত ধৰক: উপকাৰিতা গম পালেই নিজেই হৈ পৰিব আচৰিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.