ETV Bharat / sukhibhava

কেনেকৈ সুস্থ ৰাখিব আপোনাৰ হৃদপিণ্ডক ?

author img

By

Published : Aug 24, 2020, 4:25 PM IST

Updated : Aug 24, 2020, 5:01 PM IST

আপুনি আপোনাৰ হৃদপিণ্ডৰ পৰ্যাপ্ত যতন লয় নে ? বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ WHO ৰ মতে, বিশ্বজুৰি 2016 চনত ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাৰ 17.9 মিলিয়ন ৷ ইয়াৰে 85 শতাংশ লোকৰ মৃত্যু হৈছে হাৰ্ট এটেকৰ দ্বাৰা ৷

Keeping Your Heart Healthy
কেনেকৈ সুস্থ ৰাখিব আপোনাৰ হৃপিণ্ডক ?

নিউজ ডেস্ক, 24 আগষ্ট : হৃদপিণ্ড সম্বন্ধীয় ৰোগৰ বাবে বিশ্বজুৰি প্ৰত্যেক বছৰ মৃত্যু হয় লাখ-লাখ লোকৰ ৷ হৃদপিণ্ডজনিত ৰোগত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লোৱা লোকৰ সংখ্যা বেমাৰত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ তালিকাৰ শীৰ্ষত অৱস্থিত ৷ আপুনি আপোনাৰ হৃদপিণ্ডৰ পৰ্যাপ্ত যতন লয় নে ? বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ WHOৰ মতে, বিশ্বজুৰি 2016 চনত ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাৰ 17.9 মিলিয়ন লোকৰ মৃত্যু হয় চিভিডিৰ দ্বাৰা ৷ ইয়াৰে 85 শতাংশ লোকৰ মৃত্যু হৈছে হাৰ্ট এটেকৰ দ্বাৰা ৷

আমাৰ হৃদৰোগ বিশেষজ্ঞ ডাক্টৰ এম এচ মুখাৰ্জী, এম.ডি, ডি এম আৰু ডিএনবি কাৰ্ডিঅল‘জি, হায়দৰাবাদৰ মেডিকভাৰ হাস্পতালৰ পালচ্ হৃদপিণ্ড কেন্দ্ৰৰ প্ৰতিষ্ঠাপক সঞ্চালকগৰাকীয়ে কয় যে, " ইয়াৰ পৰিভাষিক সংজ্ঞা দিয়াটো যথেষ্ট কঠিন যদিও আমি কব পাৰো যে, এটা সুস্থ হৃপিণ্ড সেয়া যিয়ে সামান্য ৰূপত কাৰ্য কৰে, য‘ত কোনো সংৰক্ষণাত্মক বা কাৰ্যক্ষেত্ৰত কোনো সমস্যা নাই ৷

সাধাৰণতে এজন সুস্থ ব্যক্তিৰ হৃদপিণ্ড 60 ৰ পৰা 100 বাৰ প্ৰতি মিনিটত শ্বাস-প্ৰশ্বাস লয় ৷ "

মৌলিক হৃদয়ৰ স্থিতিৰ এনে কিছু বিষয় আছে যিবোৰ হৃদয় সম্বন্ধিত হ‘ব পাৰে ৷ এই সন্দৰ্ভত কিছু বিষয় ডাক্টৰ মুখাৰ্জীয়ে উল্লেখ কৰিছে ..

1. ইস্কেমিক হৃদৰোগ, য‘ত হৃদপিণ্ডত তেজৰ পৰিমাণ কমি যায় ৷

2. বাল্বুলৰ হৃদৰোগ, য‘ত 4 বাল্বৰ ভিতৰত কোনোবা এটাত সমস্যা থাকে ৷

3. জন্মগত হৃদৰোগ, এক হৃদৰোগ যি জন্মগত বাবে কাৰোবাৰ হৈ আছে ৷

4. কাৰ্ডিয়েক ৰিদমত সমস্যা, য‘ত হৃপিণ্ডৰ কাৰ্যপ্ৰণালী সামান্য হ‘ব পাৰে কিন্তু হৃদপিণ্ড লাহে-লাহে, দ্ৰুত গতিত অথবা অনিয়মিত ভাবে কাম কৰিব পাৰে ৷

5. পেৰাকাৰ্ডিয়েল ৰোগ, য‘ত পেৰীকাৰ্ডিয়ম নামৰ হৃদপিণ্ডৰ আৱৰণ প্ৰভাৱিত হয় ৷

6. এণ্ডোকাৰ্ডিস, এক প্ৰকাৰৰ হৃদ সংক্ৰমণ, যি সাধাৰণতে বাল্বপ ওপৰত হয় ৷

7. হৃদপিণ্ডৰ কেন্সাৰ, এয়া এক দুৰ্লভ হৃদপিণ্ডৰ ৰোগ ৷

8. হৃদপিণ্ডৰ মাংসপেশীৰ ৰোগ ৷ য‘ত হৃদপিণ্ডৰ মাংসপেশী দুৰ্বল হ‘ব পাৰে ৷

উপায়..

1. কণী খাব পাৰে ৷

2. সতেজ ফল-মূল আৰু শাক-পাচলি, দালি খাব পাৰে ৷

3.কাৰ্বহাইড্ৰেট, মিঠাই আৰু অধিক সুৰাপানৰ পৰা বাচি থাকক ৷

4. আপোনাৰ শৰীৰৰ ৰোগ সমূহক চিনাক্ত কৰি তাৰ প্ৰতিকাৰৰ ব্যৱস্থা কৰক ৷ যেনে: উক্ত উক্ত ৰক্তচাপ, মধুমেহ আদি ৷

5. ৰন্ধা কাৰ্যত ব্যৱহৃত তেল, ঘী বা মাখন আদিৰ মাত্ৰা কম কৰক ৷

লগতে পঢ়ক : 23 খন পত্ৰ আৰু কংগ্ৰেছ দলৰ অন্তঃকন্দল

Last Updated : Aug 24, 2020, 5:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.