ETV Bharat / sukhibhava

Healthy Foods: দীঘলীয়া সময়লৈকে যৌৱন ধৰি ৰাখিবলৈ দৈনিক খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এইসমূহ খাদ্য

author img

By

Published : Jul 15, 2023, 7:02 PM IST

Updated : Jul 15, 2023, 7:11 PM IST

এই প্ৰতিবেদনত প্ৰদাহ নিবাৰণকাৰী গুণেৰে সমৃদ্ধ কিছুমান খাদ্যৰ বিষয়ে উল্লেখ কৰা হৈছে । এই খাদ্যবোৰে আপোনাৰ যৌৱন ধৰি ৰখাত সহায় কৰিব । ইয়াৰ বাবে আপুনি কোনবোৰ খাদ্য আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে জানো আহক ।

health tips stay young with these anti inflammatory rich foods
দীঘলীয়া সময়লৈকে যৌৱন ধৰি ৰাখিবলৈ দৈনিক খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এইসমূহ খাদ্য

সুস্বাস্থ্যৰ বাবে স্বাস্থ্যসন্মত আহাৰ গ্ৰহণ কৰাটোও অতি প্ৰয়োজনীয় । ব্যস্ততাৰে ভৰা এই জীৱনৰ বাবে মানুহে খাদ্যৰ বিশেষ যত্ন ল’ব নোৱাৰে । যাৰ ফলত স্বাস্থ্যৰ ওপৰতো ইয়াৰ অতি গুৰুতৰ প্ৰভাৱ পৰিবলৈ ধৰিছে । বাৰ্ধক্যৰ লক্ষণ সময়ৰ আগতেই দেখা দিবলৈ আৰম্ভ কৰে । কিন্তু এজন বিশেষজ্ঞৰ মতে, আপুনি আপোনাৰ খাদ্য তালিকাত এন্টি-ইনফ্লেমেটৰী গুণেৰে সমৃদ্ধ কিছুমান খাদ্য অন্তৰ্ভুক্ত কৰিব পাৰে । এই খাদ্যবোৰে আপোনাৰ যৌৱন ধৰি ৰখাত সহায় কৰিব ।

এই খাদ্যবোৰে কলাজেন উৎপাদন বৃদ্ধিৰ কাম কৰে । বাৰ্ধক্যৰ লক্ষণসমূহৰ পৰা হাত সাৰি থাকিবলৈ এই খাদ্যসমূহ বিভিন্ন ধৰণে খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে ।

কেপচিকাম

ভিটামিন C আৰু এন্টিঅক্সিডেন্ট গুণযুক্ত কেপচিকাম আপোনাৰ শৰীৰৰ বাবে অতি খুবেই লাভদায়ক । কেপচিকামৰ এমিনো এচিডৰ গুণো আছে । ই ছালখনক উজ্জ্বল কৰি ৰখাত সহায় কৰে । চেণ্ডুইচ আৰু শাক-পাচলিৰ বাবেও কেপচিকাম ব্যৱহাৰ কৰিব পাৰে । ইয়াৰ বাহিৰেও আন বহু ধৰণে ইয়াক খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে ।

ছাইট্ৰাছ ফল

ছাইট্ৰাছ ফলৰ এন্টিঅক্সিডেন্ট গুণ আছে । কমলা আৰু নেমুৰ দৰে বহু ধৰণৰ টেঙা খাদ্য খাব পাৰে । এইবোৰে আপোনাক কলাজেন উৎপাদনত সহায় কৰিব । এই খাদ্যবোৰে আপোনাৰ মুখমণ্ডল উজ্বল কৰি ৰখাৰ লগতে স্বাস্থ্যকৰ কৰি ৰাখে । এই খাদ্যবোৰে আপোনাৰ মুখলৈ প্ৰাকৃতিক সৌন্দৰ্যতা আনে ।

সেউজীয়া পাতৰ শাক-পাচলি

পালেং আৰু বন্ধাকবি আদি সেউজীয়া পাতৰ পাচলি খাব । ইহঁত প্ৰদাহ নিবাৰণকাৰী গুণেৰে ভৰপূৰ । ই এন্টি এজিং গুণেৰে সমৃদ্ধ । স্মুদি আৰু চালাডৰ ৰূপত পাতৰ পাচলি খাব পাৰে । সেউজীয়া পাতৰ শাক-পাচলিত ভিটামিন A আৰু Cৰ দৰে পুষ্টিকৰ উপাদান থাকে ।

আখৰোট

আখৰোটত প্ৰচুৰ পৰিমাণে প্ৰদাহ নিবাৰণকাৰী গুণ থাকে । ই বাতবিষৰ দৰে ৰোগৰ পৰা ৰক্ষা কৰিবলৈ কাম কৰে । আখৰোটতো প্ৰচুৰ পৰিমাণে আঁহ থাকে । আখৰোট খালে স্বাস্থ্য সম্পৰ্কীয় বহু সমস্যাৰ পৰা হাত সাৰিবলৈ সহায় কৰে ।

মছলা

হালধিৰ দৰে মছলা বহু ধৰণে খাদ্যত অন্তৰ্ভুক্ত কৰিব পাৰে । এই মছলাবোৰত প্ৰচুৰ প্ৰদাহ আৰু অক্সিডেন্ট গুণ থাকে । এই গুণবোৰে আপোনাৰ ছালখনক সতেজ কৰি ৰখাত সহায় কৰে । এই মছলা বহু ধৰণে খাদ্যত অন্তৰ্ভুক্ত কৰিব পাৰে । এই মছলাবোৰে আপোনাক ৰঞ্জক পদাৰ্থৰ পৰা ৰক্ষা কৰিবলৈও কাম কৰে ।

লগতে পঢ়ক: World Plastic Surgery Day 2023: কেনেকৈ আৰম্ভণি হ’ল প্লাষ্টিক চাৰ্জাৰীৰ ? প্লাষ্টিক চাৰ্জাৰীৰ সৈতে জড়িত কিছু গুৰুত্বপূৰ্ণ কথা জানি লওক

Last Updated : Jul 15, 2023, 7:11 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.