ETV Bharat / sukhibhava

Muscular Strength: এটা ঈৰ্ষণীয় শৰীৰৰ গৰাকী হ'ব পাৰিব আপুনিও, মানি চলক এইসমূহ টিপছ

author img

By

Published : Dec 14, 2022, 2:13 PM IST

যদি আপুনি মাংসপেশীবোৰ শক্তিশালী কৰিবলৈ প্ৰতিদিনে একে ধৰণৰ ব্যায়াম কৰে তেন্তে এতিয়াৰ পৰা এই অভ্যাস সলনি কৰক । সেয়ে আপোনাৰ মাংসপেশীবোৰ শক্তিশালী আৰু সঠিক শ্বেপ হ’বলৈ খাদ্য সামগ্ৰীৰ লগতে কিছুমান টিপছ গ্ৰহণ কৰিব পাৰে ।

Follow these tips to make muscles strong and shapely
এটা ইৰ্ষণীয় শৰীৰৰ গৰাকী হ'ব পাৰিব আপুনিও, মানি চলক এইসমূহ টিপছ

আমাৰ শৰীৰটো ফিট কৰি ৰাখিবলৈ তথা মাংসপেশীবোৰ(Muscular) শক্তিশালী কৰিবলৈ আমি জিমত ঘাম বাহিৰ হোৱালৈকে বহু সময় পাৰ কৰি দিও । কেৱল সেয়াই নহয় মাংসপেশী শক্তিশালী কৰিবলৈ আমি বহু ধৰণৰ প্ৰ'টিন শ্বেক আৰু চাপ্লিমেণ্টো গ্ৰহণ কৰো, মানুহে শৰীৰক সঠিক শ্বেপত আনিবলৈ কঠোৰ পৰিশ্ৰম কৰে, কিন্তু কিছুমান মানুহে মাংসপেশীৰ সঠিক শ্বেপ পাবলৈ কঠোৰ পৰিশ্ৰম কৰে যদি সঠিক শ্বেপ বা আকৃতি ল'বলৈ বহু সময় লয় ।

কেতিয়াবা ইচ্ছা আৰু কঠোৰ পৰিশ্ৰম অনুযায়ী সঠিক ফলাফল পোৱা নাযায় । সেয়ে আজি আমি বিশেষজ্ঞৰ পৰামৰ্শ অনুযায়ী আপোনাৰ মাংসপেশীবোৰ শক্তিশালী আৰু সঠিক শ্বেপত আনিবলৈ খাদ্য সামগ্ৰীৰ লগতে কিছুমান টিপছ আগবঢ়াইছো(Follow these tips to make muscles strong and shapely)।

যদি আপুনি মাংসপেশীবোৰ শক্তিশালী কৰিবলৈ প্ৰতিদিনে একে ধৰণৰ ব্যায়াম কৰে তেন্তে এতিয়াৰ পৰা এই অভ্যাস সলনি কৰক । আপোনাৰ প্ৰশিক্ষকৰ সৈতে কথা পাতক আৰু বিভিন্ন ধৰণৰ ব্যায়াম কৰাৰ বাবে এটা ৰুটিন ঠিক কৰক, ইয়াৰ দ্বাৰা আপোনাৰ মাংসপেশীবোৰো জিৰণি পাব আৰু নিৰ্দিষ্ট ৰুটিন অনুসৰি ব্যায়াম কৰিলে আপুনি ভাল ফলাফল পাব । মাংসপেশীৰ ব্যায়ামৰ বাবেও আপুনি এটা দিন নিৰ্ধাৰিত কৰি ৰাখিব পাৰে ।

মানুহে মাংসপেশীবোৰ Curvy কৰি(Curvy Muscular) তুলিবলৈও অধিক খাদ্য গ্ৰহণ কৰে, কিন্তু এবাৰতে অধিক খাদ্য খোৱাটো আপোনাৰ স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক হ’ব পাৰে । ইয়াৰ ফলত আপোনাৰ হজম শক্তিত বেয়া প্ৰভাৱ পৰিব পাৰে(Strong Muscles)। একেলগে অধিক খাদ্য খোৱাৰ পৰিৱৰ্তে অলপ অলপকৈ খাদ্য খোৱাটো উচিত । ইয়াৰ লগে লগে আপোনাৰ হজম শক্তি আৰু অধিক উন্নত হ’ব আৰু আপুনি গোটেই দিনটোৰ বাবে শক্তি লাভ কৰিব ।

মানুহে মাংসপেশীবোৰক শ্বেপত অনাৰ বাবে অতিমাত্ৰা প্ৰ'টিনৰ সহায় লয়, কিন্তু অত্যধিক প্ৰ'টিন সেৱনে আপোনাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে । কিন্তু শৰীৰক শ্বেপত অনাৰ বাবে প্ৰ'টিনৰ প্ৰয়োজন । গতিকে অধিক প্ৰ'টিন চাপপ্লিমেন্ট সেৱনৰ পৰিবৰ্তে প্ৰ'টিন সমৃদ্ধ প্ৰাকৃতিক খাদ্য আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক ।

মাংসপেশীৰ ভৰ বৃদ্ধিৰ বাবেও কেলৰিৰ প্ৰয়োজন হয় । গতিকে ১০ৰ পৰা ১৫ শতাংশ প্ৰ'টিন সমৃদ্ধ খাদ্য খাদ্য তালিকাত ৰাখক, ইয়াৰ বাহিৰেও কেলৰি আৰু ভাল চৰ্বিযুক্ত খাদ্য আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে ।

লগতে পঢ়ক: Exercise For Mental Health: মানসিক স্বাস্থ্য সুস্থ কৰি ৰাখিবলৈও প্ৰয়োজন শাৰীৰিক ব্যায়াম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.