ETV Bharat / sukhibhava

Walking after meal: খাই উঠিয়েই খোজ কঢ়াটোৱে সোনকালে হজম কৰেনে খাদ্য ? - অস্বাস্থ্যকৰ জীৱনশৈলী

খাদ্য খোৱাৰ পিছত একে ঠাইতে বহু সময় ধৰি বহি থকাৰ বাবে স্বাস্থ্য সম্পৰ্কীয় বহু সমস্যাৰ সন্মুখীন হ’ব পাৰে । এনে অৱস্থাত খাদ্য গ্ৰহণ কৰাৰ পিছত খোজ কঢ়াটো আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী হয়নে জানো আহক ।

Does taking a walk after eating really digest faster
খাই উঠিয়েই খোজ কঢ়াটোৱে সোনকালে হজম কৰেনে খাদ্য ?
author img

By

Published : Nov 23, 2022, 1:45 PM IST

আজিকালি অস্বাস্থ্যকৰ জীৱনশৈলীৰ বাবে বহু লোকে স্বাস্থ্য সম্পৰ্কীয় বহু সমস্যাই আমনি কৰে(Unhealthy lifestyle) । বহুতে খাদ্য খোৱাৰ পিছত বহু সময় একে ঠাইত বহি থাকে । খাদ্য খোৱাৰ লগে লগে শুই যোৱা আৰু বহি থকাৰ ফলত বহু ৰোগ হ’ব পাৰে(Benefits of walking after meals) ।

ৰাতিৰ আহাৰ খোৱাৰ লগে লগে শুলে ওজন বৃদ্ধি পাব পাৰে । ইয়াৰ বাহিৰেও আন বহুতো ৰোগ সংক্ৰমিত হ’ব পাৰে । প্ৰায়ে আপুনি নিশ্চয় শুনিছে যে খাদ্য খোৱাৰ পিছত খোজ কাঢ়িব লাগে । ইয়াৰ ফলত আমাৰ স্বাস্থ্য ভাল হৈ থাকে(Does taking a walk after eating really digest faster) । কিন্তু খোৱাৰ পিছত খোজ কাঢ়িলে সঁচাকৈয়ে খাদ্য হজম হয়নে ? ইয়াৰ বিষয়ে সবিশেষ জানো আহক...

খাদ্য খোৱাৰ পিছত খোজ কঢ়াৰ উপকাৰিতা

বহু গৱেষণাৰ মতে শাৰীৰিক ক্ৰিয়া-কলাপ আমাৰ স্বাস্থ্যৰ বাবে অতি উত্তম(Benefits of walking after meals) । খাদ্য খোৱাৰ পিছত যদি আমি ফুৰিবলৈ যাওঁ তেন্তে ই ওজন হ্ৰাস কৰাত সহায় কৰে । ইয়াৰ সমান্তৰালকৈ আমি বহুতো ভয়াবহ ৰোগৰ পৰা নিজকে ৰক্ষা কৰিব পাৰো । দৰাচলতে আমি যেতিয়াই খাদ্য খোৱাৰ পিছত খোজ কাঢ়ি যাওঁ তেতিয়াই আমাৰ শৰীৰ সক্ৰিয় হৈ পৰে(Walking after meal) ।

ইয়াৰ বাবে আমাৰ শৰীৰত পুষ্টিকৰ পদাৰ্থ শোষিত হয় । আমাৰ খাদ্য হজম কৰাৰ কাম ক্ষুদ্ৰান্ত্ৰই কৰে । গৱেষণাৰ মতে আমি খাদ্য খোৱাৰ পিছত খোজ কাঢ়িলে পেটৰ পৰা খাদ্যখিনি ক্ষুদ্ৰান্ত্ৰলৈ যায় । ইয়াৰ বাবে পেট ফুলা, গেছ, এচিড আৰু অন্যান্য পেটৰ সৈতে জড়িত সমস্যাৰ সন্মুখীন হ’ব নালাগে । গৱেষণাৰ মতে খাদ্য খোৱাৰ পিছত নিশ্চয়কৈ খোজ কাঢ়িব লাগে । ইয়াৰ বাবে খাদ্যখিনি ভালদৰে হজম হয় ।

ইয়াৰ ফলত আমাৰ শৰীৰ সুস্থ হৈ থাকে । খাদ্য খোৱাৰ পিছত খোজ কাঢ়িলে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি পায়। ইয়াৰ বাবে তেজত চেনিৰ মাত্ৰাও নিয়ন্ত্ৰণত থাকে । খোৱাৰ পিছত ৩০ মিনিট খোজ কাঢ়িব লাগে । যদি সময় থাকে, তেন্তে আপুনি ২০ৰ পৰা ৪০ মিনিট আৰু বৃদ্ধি কৰিব পাৰে ।

ইয়াৰ লগে লগে ৰাতি ভালদৰে টোপনি যায় । আপোনাৰ ৰক্তচাপৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে । ইয়াৰ দ্বাৰা আপুনি নিজকে হৃদৰোগ, ষ্ট্ৰোক আৰু বেয়া কলেষ্টেৰলৰ পৰা ৰক্ষা কৰিব পাৰে । খোজ কঢ়াৰ ফলত শৰীৰত এণ্ড’ৰ্ফিন মুক্ত হয় । ইয়াৰ ফলত আপোনাৰ মেজাজ উন্নত হয় । ইয়াৰ ফলত অস্থিৰতা কমি যায় । আপোনাৰ মানসিক চাপ কমি যায় । আপুনি শিথিল অনুভৱ কৰে । ইয়াৰ ফলত অনিদ্ৰাৰ সমস্যা দূৰ হয় । গেছ আৰু পেট ফুলাৰ সমস্যা নাইকিয়া হৈ যায় । ইয়াৰ লগে লগে আপুনি লঘু অনুভৱ কৰে ।

লগতে পঢ়ক: Hot Flashes: হৰম’নৰ ভাৰসাম্যহীনতা হ'ব পাৰে হট ফ্লেছৰ কাৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.