ETV Bharat / sukhibhava

কোষ্ঠকাঠিন্য আৰু পেটৰ সমস্যাই আমনি কৰিছে নেকি ? তেন্তে দৈনিক কৰক এই কেইটা যোগাসন - পৱনমুক্তাসন

পাচনতন্ত্ৰৰ সমস্যা যেনে গেছ আৰু কোষ্ঠকাঠিন্যৰ দৰে সমস্যাসমূহ তেনেই সাধাৰণ । কিন্তু একাংশ লোকে ইয়াৰ পৰা সকাহ পাবলৈ ঔষধ ল'বলগীয়াও হয় । যদিও ইয়াৰ পৰা মুক্তি পাবলৈ আপুনি কিছুমান যোগাসনৰ সহায় ল’ব পাৰে(Yoga asanas to get relief from constipation) । তলত উল্লেখ কৰা আটাইকেইটা আসনে কোষ্ঠকাঠিন্য, বদহজম আৰু গেছ আদি সমস্যাৰ পৰা আপোনাক সকাহ দিয়াত সহায় কৰিব ।

Do these yoga asanas to get relief from constipation and stomach pain
কোষ্ঠকাঠিন্য আৰু পেটৰ সমস্যাই আমনি কৰিছে নেকি ? তেন্তে দৈনিক কৰক এই কেইটা যোগাসন
author img

By

Published : Sep 18, 2022, 11:01 AM IST

পাচনতন্ত্ৰৰ সমস্যা(Digestive problems) যেনে গেছ আৰু কোষ্ঠকাঠিন্যৰ দৰে সমস্যাসমূহ তেনেই সাধাৰণ(Gas and constipation) । কিন্তু একাংশ লোকে ইয়াৰ পৰা সকাহ পাবলৈ ঔষধ ল'বলগীয়াও হয় । যদিও ইয়াৰ পৰা মুক্তি পাবলৈ আপুনি কিছুমান যোগাসনৰ সহায় ল’ব পাৰে(Yoga asanas to get relief from constipation) । তলত উল্লেখ কৰা আটাইকেইটা আসনে কোষ্ঠকাঠিন্য, বদহজম আৰু গেছ আদি সমস্যাৰ পৰা আপোনাক সকাহ দিয়াত সহায় কৰিব ।

Do these yoga asanas to get relief from constipation and stomach pain
বজ্ৰাসন
  1. বজ্ৰাসন(Vajrasana): ই অতি সহজ । মানুহে প্ৰায়ে খাদ্য খোৱাৰ পিছত এই যোগ আসন কৰে । এনে কৰিলে আপোনাৰ পাচনতন্ত্ৰ সুস্থ হৈ থাকে, যাৰ ফলত শৰীৰত পুষ্টিকৰ উপাদানসমূহ সহজে শোষিত হয় । এনে কৰিলে আপুনি কোষ্ঠকাঠিন্যৰ পৰাও সকাহ পাব পাৰে ।

    পৱনমুক্তাসন
  2. পশ্চিমোত্তনাসন(Paschimottanasana): ই সংস্কৃত মূল শব্দৰ পৰা উদ্ভৱ হৈছে য’ত পশ্চিম-পিছলৈ বা দিশ, উতন মানে তীব্ৰভাৱে টান মৰা, আসন- বহাৰ ধৰণ । এনে কৰিলে মন শান্ত হয় আৰু লগতে মানসিক চাপ দূৰ কৰে । ইয়াৰ উপৰিও ই হজম শক্তিতো সহায় কৰিব পাৰে ।

    অঞ্জনেয়াসন
  3. পৱনমুক্তাসন(Pawanmuktasana): এই আসন কৰিলে হজম শক্তিয়ে ভালদৰে কাম কৰাত সহায় কৰে । পৱনমুক্তাসনে অতি সক্ৰিয় বিপাকীয় ক্ৰিয়াক শান্ত কৰাৰ কাম কৰে । ইয়াৰ বাহিৰেও এই আসনে শৰীৰত থকা পুষ্টিকৰ উপাদানসমূহ শোষণ কৰাত সহায় কৰে ।

    পশ্চিমোত্তনাসন
  4. অঞ্জনেয়াসন(Anjanayasana): এই আসন কৰিলে আপোনাৰ শৰীৰটো বহুত আটিল হয় । এই আসনত শৰীৰটোৱে ভালদৰে টুইষ্ট কৰে, সেয়েহে ইয়াক চিটেড টুইষ্টিং প’জ বুলিও কোৱা হয় । ই পাচনতন্ত্ৰৰ যথেষ্ট উন্নতি সাধন কৰে ।

লগতে পঢ়ক: আমি সদায়ে যোগৰ ধনাত্মক দিশটোৰ কথাই কিয় শুনো: জানিবলৈ মন নাযায় নে আপোনাৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.