ETV Bharat / sukhibhava

Daily Horoscope For 16th August: আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Aug 16, 2023, 12:02 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল..

Daily Horoscope For 16th August 2023
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: বন্ধুৰ লগত সময় কটাওক ৷ বন্ধুৰ পৰা উপহাৰ লাভ কৰিব পাৰে ৷ নতুন সম্বন্ধ আহিব পাৰে ৷ সন্তানৰ কামত মন দিয়ক তেওঁলোকে ভাল ফল দেখুৱাব ৷ চৰকাৰী কামত ভাল ফল দেখুৱাব পাৰিব ৷

বৃষ ৰাশি: চাকৰিয়াল সকলৰ কামৰ ক্ষেত্ৰত ভাল ফল দেখুওৱাৰ সময় ৷ নতুন ক্ষেত্ৰত কাম সহজ গতিত চলিব ৷ সহকৰ্মী আৰু বচৰ সহযোগিতা লাভ কৰিব ৷ আপোনাৰ পদোন্নতি হ’ব বা পুৰস্কাৰ লাভ কৰিব পাৰে ৷ আগতে হৈ নুঠা কামবোৰ আজি পুৰা হ’ব ৷ বৈবাহিক জীৱন সুন্দৰ আৰু চৰকাৰী কামত সফল হ’ব ৷

মিথুন ৰাশি: সাৱধান ! নতুন আৰম্ভণি শুভ নহয় ৷ এলাহতে বেছি সময় যাব আৰু আপোনাৰ কামত তাৰ প্ৰভাব পৰিব ৷ পেটৰ সমস্যা আৰু আৰু আন শাৰীৰিক অসুবিধাই বিপদত পেলাব ৷ ব্যৱসায়িক কামত সহকৰ্মী আৰু ওপৰৱালাই আপোনাক অৱহেলা কৰিব ৷ চকু ৰাখক, খৰচৰ মাত্ৰা অধিক হ’ব পাৰে ৷ যিকোনো সিদ্ধান্ত লওতে অলপ সাৱধান হওক ৷

কৰ্কট ৰাশি: পৰিয়ালৰ লগত অযথা তৰ্ক নকৰিব ৷ আপোনাৰ খঙে আপোনাক বিপদজনক পৰিবেশলৈ লৈ যাব পাৰে ৷ দিনৰ শেষলৈ বজাৰলৈ যোৱাৰ আয়োজন বন্ধ কৰক ৷ অসামাজিক আৰু বে-আইনী কাম-কাজৰ পৰা দূৰত থাকক ৷ মন্ত্ৰ পাঠ আৰু প্ৰাৰ্থনা আৰু আন ধৰ্মমূলক কামে মনক স্থিৰ কৰক ৷

সিংহ ৰাশি: বিবাহিতসকলৰ ইজনৰ লগত সিজনৰ তৰ্ক-বিতৰ্ক হ’ব আৰু দুখী অনুভৱ কৰিব ৷ আপোনাৰ সংগীৰ শৰীৰ ভালে নাযাব ৷ ধৈয্য আৰু শান্ত হৈ থকাই আপোনাৰ বাবে এতিয়া প্ৰধান কাম ৷ অদৰকাৰী কাজিয়াত লিপ্ত নহ’ব ৷ ব্যৱসায়ৰ ক্ষেত্ৰত আপোনাৰ সহযোগীৰ পৰা বিপদত পৰিব পাৰে ৷ আইনী কাম-কাজত ভাল ফল নাপায় ৷ সামাজিক কামত আপোনাক অপবাদ দিয়া হ’ব পাৰে ৷ হৃদয়বান হওক ৷

কন্যা ৰাশি: এই দিনটো আপোনাৰ বাবে শিহৰণকাৰী দিন ৷ ঘৰ আৰু কৰ্মক্ষেত্ৰত শান্তি পূৰ্ণ পৰিবেশে আপোনালৈ বাট চায় আছে ৷ আপোনাৰ সহকৰ্মী আৰু সংগীৰ সহযোগিতা লাভ কৰিব ৷ ভাল কামেৰে আপুনি নিজৰ পৰিচয় দিব পাৰিব ৷ সময়সীমাৰ ভিতৰত কাম সম্পূৰ্ণ কৰিব পাৰিব ৷ আগৰ পৰা ভোগ কৰি অহা অসুবিধাৰ পৰা ৰক্ষা পৰাৰ বাতৰি পাব ৷ বিবাহিত মহিলাসকলে মাকৰ ঘৰৰ ভাল বাৰ্তা লাভ কৰিব ৷ সহজতে ক’বলৈ হ’লে খৰচ কমাওক তেতিয়া শেষলৈকে ভোগ কৰিবলৈ পাব ৷

তুলা ৰাশি: দিনটো মধ্যমীয়া ৷ দূৰ ভ্ৰমণলৈ নোযোৱাটোৱেই ভাল ৷ সামাজিক আলোচনাও আপোনাৰ পক্ষত নাথাকিব ৷ নতুন কামত বিফল হ’ব, যদিহে আজি আৰম্ভ কৰে ৷ দিনৰ শেষত অলপ ভাল আছে, আপোনাৰ প্ৰিয়জনৰ লগত সময় কটাব পাৰিব ৷ ধ্য়ান কৰক ৷

বৃশ্চিক ৰাশি: অত্যাধিক কামৰ বোজাই আজি আপোনাৰ মূল মন্ত্ৰ হ’ব ৷ শৰীৰে আপোনাক চিন্তাত পেলাব আৰু আপোনাৰ সম্বন্ধীয় সকলেও আপোনাক নিৰাশ কৰিব ৷ ধনৰ দিশৰ পৰাও ভাল ফল নাপায়, ধনৰ লোকচান হ’ব পাৰে ৷ আইনী কাগজ-পত্ৰত চহী কৰাৰ পৰা আজি আঁতৰি থাকক, অথবা দুবাৰ ভাৱক ৷ যিকি নহওক বৰ ভাল দিন নহয় ৷

ধনু ৰাশি: পৰিয়াল, বন্ধু আৰু সামাজিক কামত ব্যস্ততাৰে ভৰা দিন ৷ ভাগ্য ভাললৈ আহিব আৰু নতুন আৰম্ভনিৰ সময় ৷ ভাগ্য আপোনাৰ লগত আছে সেয়েহে সফলতাৰ দিশত আগবাঢ়িব ৷ পৰিয়ালৰ সদস্য আৰু ভাতৃ-ভগ্নীৰ লগত ফুৰিবলৈ যাব পাৰে ৷ দৈবিক শক্তিৰ প্ৰভাব আপুনি অনুভৱ কৰিব পাৰিব ৷ সামাজিক জীৱনত নিজৰ প্ৰভাৱ বিস্তাৰ কৰিব পাৰিব ৷

মকৰ ৰাশি: আপুনি আপোনাৰ অবিবেচক কামৰ বাবে অস্বাভাৱিক পৰিবেশত পৰিব পাৰে ৷ পৰিয়াল বা প্ৰিয়জনক দুখী কৰি তুলিব ৷ মিঠা মাতে আপোনাৰ সমস্যা দূৰ কৰিব ৷ ধন জমা কৰি ভাল ফল লাভ কৰিব ৷ ষ্টক আৰু চেয়াৰ কিনিব পাৰে, সফল হ’ব ৷ শৰীৰ ভালে যাব কেৱল চকুৱে দিগদাৰ দিব ৷ ছাত্ৰ-ছাত্ৰীসকলে পঢ়াত আৰু কষ্ট কৰিব লাগিব ৷

কুম্ভ ৰাশি: শুভ দিন ৷ মানসিক ,শাৰীৰিক আৰু ধৰ্মীয়ভাৱে নিজকে সজীৱ অনুভৱ কৰিব ৷ বন্ধু আৰু পৰিয়ালৰ লগত ফুৰিবলৈ যাব পাৰিব আৰু উপহাৰৰ আদান প্ৰদান কৰিব পাৰিব ৷ ৰাতিৰ আহাৰত ভাৱৰ আদান-প্ৰদান কৰিব পাৰিব ৷ এনে এটা ভাল দিন উপভোগ কৰক ৷ নিজৰ ভিতৰত পবিত্ৰতা অনুভব কৰিব আৰু যিয়ে আপোনাক অলপ দুখী অনুভৱ কৰিব ৷

মীন ৰাশি: লোভ শৰীৰৰ বাবে ভাল নহয় ৷ ভৌতিক বস্তু লাভৰ বাবে পৰিবেশ সুগম নহয়৷ নতুন কামত পয়চা সদ্যহতে নলগোৱাই ভাল ৷ সম্পত্তি আপোনাৰ হাতৰ পৰা পিচলি যাব ৷ শৰীৰ ভালে নাযাব আৰু মনোযোগ বিচ্ছিন্ন হ’ব পাৰে ৷ আপোনাৰ ঘনিষ্ট জনৰ লগত মতৰ ভিন্নতা আহিব পাৰে ৷ ধৰ্মীয় কামত খৰচ হ’বপাৰে ৷ আপুনিনভবাকৈ ই আপোনাৰ ওপৰত প্ৰভাব পেলাব পাৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.