ETV Bharat / sukhibhava

Skin care tips: এই ৪ বিধ ভিটামিনৰ অভাৱতেই হয় পিম্পল আৰু ব্ৰণৰ সমস্যা

author img

By

Published : Oct 14, 2022, 10:49 AM IST

৪ বিধ ভিটামিনৰ অভাৱৰ বাবেই মুখত ওলাই শালমন, ব্ৰণ আদি(Acne and pimples problem) । লগতে নাইকিয়া কৰে ছালৰ উজ্জ্বলতা । যদি মুখত দাগ থাকে, তেন্তে সকলোৰে সৌন্দৰ্যও আঁতৰি যায় । লগতে ই লোকগাৰকীৰ আত্মবিশ্বাসো হ্ৰাস কৰে । যৌৱনৰ আদি কালছোৱাত এনে শালমন আদি হোৱাটো এক সাধাৰণ কথা । কিয়নো এই সময়ছোৱাত শৰীৰত হৰমনৰ পৰিৱৰ্তন হয়(Skin related problems) ।

Acne and pimples on the face are caused by the deficiency of these four vitamins
এই ৪ বিধ ভিটামিনৰ অভাৱতেই হয় পিম্পল আৰু ব্ৰণৰ সমস্যা

৪ বিধ ভিটামিনৰ অভাৱৰ বাবেই মুখত ওলাই শালমন, ব্ৰণ আদি(Acne and pimples problem) । লগতে নাইকিয়া কৰে ছালৰ উজ্জ্বলতা । যদি মুখত দাগ থাকে, তেন্তে সকলোৰে সৌন্দৰ্যও আঁতৰি যায়(Skin care tips) । লগতে ই লোকগাৰকীৰ আত্মবিশ্বাসো হ্ৰাস কৰে । যৌৱনৰ আদি কালছোৱাত এনে শালমন আদি হোৱাটো এক সাধাৰণ কথা । কিয়নো এই সময়ছোৱাত শৰীৰত হৰমনৰ পৰিৱৰ্তন হয়(Skin related problems) ।

কিন্তু কিছুমান মানুহৰ কৈশোৰ কাল পাৰ হোৱাৰ পিছতো এই সমস্যাই পিছ নেৰে । ইয়াৰ অৰ্থ হ’ব পাৰে যে ভাল দৰে আহাৰ গ্ৰহণ নকৰা । শৰীৰে প্ৰয়োজনীয় খাদ্য পুষ্টি লাভ নকৰা আৰু শৰীৰত ভিটামিনৰ অভাৱ । সেয়ে সদায় পুষ্টিকৰ খাদ্য গ্ৰহণৰ লগতে শৰীৰত এই ৪ বিধ ভিটামিনৰ কম হ'ব নিদিব-

ভিটামিন A

শৰীৰত ইয়াৰ অভাৱৰ বাবে, মুখমণ্ডলৰ ছালো প্ৰভাৱিত হয়(Vitamin A for skin) । ভিটামিন এ হৈছে এক এণ্টিঅক্সিডেণ্ট, যি মুক্ত ৰেডিকেলৰ সৈতে যুঁজ দিয়ে । ই শৰীৰৰ প্ৰদাহ হ্ৰাস কৰে । বিলাহী, সেউজীয়া জলকীয়া, গাজৰ আদিত প্ৰচুৰ পৰিমাণে ভিটামিন A পোৱা যায় ।

ভিটামিন B

ভিটামিন Bৰ অভাৱৰ ফলত ছালত দাগ আৰু চিন বহে(Vitamin B)। ইয়াৰ প্ৰদাহ-প্ৰতিৰোধী গুণাগুণে ব্রণৰ চিকিৎসাত সহায় কৰে । ই ছালৰ উজ্জ্বলতা বৃদ্ধি কৰাৰ লগতে শালমইনা প্ৰতিৰোধ কৰাতো কাম কৰে । ই মুখৰ চিদ্ৰত জমা হোৱা তেলো হ্ৰাস কৰে ।

ভিটামিন D

ভিটামিন Dয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত যথেষ্ট সহায় কৰে(Vitamin D) । লগতে মুখৰ সকলো ধৰণৰ ফোহা আদিও হ্ৰাস কৰে । ই ব্রণ নিয়ন্ত্ৰণ কৰাত সহায় কৰে । লগতে, এই ভিটামিনবোৰে হাড় শক্তিশালী কৰাৰ বাবেও কাম কৰে ।

ভিটামিন E

ভিটামিন E বহু গুণাগুণেৰে সমৃদ্ধ(Vitamin E) । ই এণ্টিঅক্সিডেণ্ট হিচাপে কাম কৰে । ভিটামিন E-য়ে ছাললৈ সতেজতা আনে । ছালত বলিৰেখা পৰাতো হ্ৰাস কৰে । লগতে মুখলৈ উজ্জ্বলতা আয়ে ।

লগতে পঢ়ক: Beauty tips: শীতকালতো মুখৰ সৌন্দৰ্য বজাই ৰাখিব কেনেকৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.