ETV Bharat / sukhibhava

ঘৰতে দিপাৱলীৰ চাকি প্ৰস্তুত কৰিব পৰা 5 টা সাধাৰণ উপায়

দিপাৱলী বুলিলেই মনলৈ আহে পোহৰৰে উদ্ভাসিত বেলকনি, চোতাল, বাগিছা আৰু চাদ আদিত সজাই ৰখা ধুনীয়া চাকিসমূহ ৷ কৰ'ণা ভাইৰাছৰ বাবে দিপাৱলী অনুষ্টুপীয়াকৈ পালন কৰা হ'ব ৷ সেয়েহে নিজৰ সৃষ্টিশীলতাৰ বহিঃপ্ৰকাশ কৰা আৰু টকা সঞ্চয় কৰাৰ শ্ৰেষ্ঠতম সময় হৈছে এই বৰ্ষৰ দিপাৱলী ৷

ঘৰতে দিপাৱলীৰ চাকি প্ৰস্তুত কৰিব পৰা 5 টা সাধাৰণ উপায়
পোহৰৰ উৎসৱ দিপাৱলী
author img

By

Published : Nov 10, 2020, 8:49 PM IST

দিপাৱলী হৈছে পোহৰ, ৰং আৰু খাদ্যৰ উৎসৱ ৷ কিন্তু দিপাৱলী বুলিলেই মনলৈ আহে পোহৰৰে উদ্ভাসিত বেলকনি, চোতাল, বাগিছা আৰু চাদ আদিত সজাই ৰখা ধুনীয়া চাকিসমূহ ৷ কৰ'ণা ভাইৰাছৰ বাবে দিপাৱলী অনুষ্টুপীয়াকৈ পালন কৰা হ'ব সেয়েহে নিজৰ সৃষ্টিশীলতাৰ বহিঃপ্ৰকাশ কৰা আৰু টকা সঞ্চয় কৰাৰ শ্ৰেষ্ঠতম সময় হৈছে এই বৰ্ষৰ দিপাৱলী ৷ নিজ ঘৰখনক সজাই ৰখাৰ এনে কিছুমান ষ্টাইল আমি প্ৰদান কৰিছো ৷ এই ষ্টাইলসমূহ সহজ, ধুনীয়া আৰু পৰিয়ালৰ পৰা আপুনি আঁতৰি আছে যদিও আপোনাক ঘৰত ৰখাৰ দৰে অনুভৱ কৰাব ৷ কোনো লোকক আপুনি এইবোৰ দিপাৱলীৰ উপহাৰ হিচাপেও দিব পাৰে ৷

1. হুলা হুপ চান্দেলিয়েৰ

ইয়াৰ বাবে আপোনাক লাগিব এটা হুলা হুপ, চেল' টেপ, সূতা আৰু লাইট ৷ এই লাইট আপুনি বাৰান্দা অথবা বেলকনিত সজাব পাৰে ৷ হুপক সূতাৰে অথবা টেপৰ জৰিয়তে মেৰিয়াই ওলমাই দিব লাগে ৷ ঘৰত নিৰ্মিত এই চান্দেলিয়েৰে দিপাৱলীত আপোনাৰ ঘৰক সুন্দৰ কৰি ৰাখিব পাৰে ৷

ঘৰতে দিপাৱলীৰ চাকি প্ৰস্তুত কৰিব পৰা 5 টা সাধাৰণ উপায়
পোহৰৰ উৎসৱ দিপাৱলী

2. জাৰ লাইটছ

চাকি সাজিবলৈ এয়া একেবাৰে সাধাৰণ উপায় ৷ জাৰৰ ভিতৰত লাইট ভৰাই ওলমাই ৰাখিব লাগে ৷ জাৰৰ বাহিৰত ফুল অথবা গ্লিটাৰেৰে সজাই ৰাখিলে আৰু ধুনীয়া হৈ পৰে ৷ শোৱা কোঠা অথবা চোফাৰ কাষৰ টেবুলত সজাই ৰাখিলে ই অধিক সৌন্দৰ্য বৰ্ধন কৰে ৷

3. বেংগল লেম্পশ্বেড

খাৰুত বিভিন্ন ৰং দি ভিন্নৰঙী লাইট অথবা চাকি প্ৰস্তুত কৰিব পাৰি ৷ গ্লাছ বেংগলছত লেম্পশ্বেডে তাপ প্ৰতিৰোধ কৰিব পাৰে ৷ এয়া প্ৰস্তুত কৰিবলৈও সহজ হোৱাৰ লগতে ভৱিষ্যতেও ব্যৱহাৰ কৰিব পাৰি ৷

4. বটল লাইট

খীন আৰু দীঘল ডিঙিৰ বটল লৈ বিভিন্ন গ্লিটাৰ, কলম অথবা ৰং পেঞ্চিলেৰে সজাই তুলিব পাৰি ৷ ইয়াক ৰদত শুকাবলৈ দি ভিতৰত লাইট ভৰাই কোনো স্থানত ওলমাই ৰাখিব লাগে ৷ 5 টা বটল একেলগে সুসজ্জিত কৰি ৰাখিলে দেখিবলৈ ধুনীয়া লাগে ৷

5. ট্ৰি লাইটছ

আমাৰ দেশত এই লাইটৰ অধিক ব্যৱহাৰ কৰা হয় ৷ বিবাহ আৰু অন্যান্য অনুষ্ঠানত এনে লাইট আমি প্ৰায়ে দেখিবলৈ পাওঁ ৷ গছৰ চাৰিওফালে লাইট মেৰিয়াই ধুনীয়াকৈ ঘৰখন সজাই ৰাখিব পাৰি ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.