ওডালগুৰি,14 চেপ্তেম্বৰঃ ওডালগুৰিস্থিত ভাৰতীয় সেনাৰ গাড়ৱাল ৰেজিমেন্টে গোপন সুত্ৰৰ পম খেদি মংগলদৈ অভিমুখে আহি থকা এখন বাছৰ পৰা ছয়গাৱৰ ছহিদুল হক নামৰ যুৱকজনক ছিপাঝাৰত আটক কৰে ৷ যুৱকজনৰ পৰা এটা 7.6 পিষ্টল আৰু পোন্ধৰ জাই সক্ৰিয় গুলি উদ্ধাৰ কৰে ৷ সম্প্ৰতি ছিপাঝাৰ আৰক্ষীয়ে অধিক তথ্যৰ বাবে যুৱকজনক জেৰা অব্যাহত ৰাখিছে ৷ যুৱকজন উগ্ৰপন্থী সংগঠনৰ লগত জড়িত নে অবৈধ মৰণাস্ত্ৰ সৰবৰাহকাৰী এই পৰ্যন্ত স্পষ্ট হোৱা নাই ৷
ওডালগুৰিত 7.6 পিষ্টল গুলিসহ এজন যুৱকক আটক - ওডালগুৰিস্থিত ভাৰতীয় সেনাৰ 14 th গাড়ৱাল ৰেজিমেন্ট
ছিপাঝাৰত এখন বাছৰ পৰা এটা 7.6 পিষ্টল আৰু ১৫ জাই সক্ৰিয় গুলিসহ এজন যুৱকক আটক ৷
ওডালগুৰিত 7.6 পিষ্টল গুলিসহ এজন যুৱকক আটক
ওডালগুৰি,14 চেপ্তেম্বৰঃ ওডালগুৰিস্থিত ভাৰতীয় সেনাৰ গাড়ৱাল ৰেজিমেন্টে গোপন সুত্ৰৰ পম খেদি মংগলদৈ অভিমুখে আহি থকা এখন বাছৰ পৰা ছয়গাৱৰ ছহিদুল হক নামৰ যুৱকজনক ছিপাঝাৰত আটক কৰে ৷ যুৱকজনৰ পৰা এটা 7.6 পিষ্টল আৰু পোন্ধৰ জাই সক্ৰিয় গুলি উদ্ধাৰ কৰে ৷ সম্প্ৰতি ছিপাঝাৰ আৰক্ষীয়ে অধিক তথ্যৰ বাবে যুৱকজনক জেৰা অব্যাহত ৰাখিছে ৷ যুৱকজন উগ্ৰপন্থী সংগঠনৰ লগত জড়িত নে অবৈধ মৰণাস্ত্ৰ সৰবৰাহকাৰী এই পৰ্যন্ত স্পষ্ট হোৱা নাই ৷
Intro:
✍ছিপাঝাৰত চলন্ত বাছৰ পৰা এটা7.6পিস্টল আৰু ১৫জাই গুলি সহ এজন যুৱকক আটকBody:
✍ছিপাঝাৰত চলন্ত বাছৰ পৰা এটা7.6পিস্টল আৰু ১৫জাই গুলি সহ এজন যুৱকক আটক ৷
✍ওডালগুৰিৰ 14 th গাৰৱাল ৰেজিমেন্টে গোপন সুত্ৰৰ পম খেদি মংগলদৈ অভিমুখী এখন চলন্ত বাছৰ পৰা ছয়গাৱৰ ছহিদুল হক নামৰ যুৱক জনক ছিপাঝাৰত আটক কৰে ৷
✍যুৱক জনৰ পৰা এটা 7.6 পিস্টল আৰু পোন্ধৰ জাই সক্ৰিয় গুলি উদ্ধাৰ কৰে ৷
✍সম্প্ৰতি ছিপাঝাৰ আৰক্ষীয়ে অধিক তথ্যৰ বাবে যুৱকজনক জেৰা অব্যাহত ৰাখিছে ৷
✍যুৱক জন উগ্ৰপন্থী সংগঠনৰ লগত জড়িত নে অবৈধ মৰনাস্ত্ৰ সৰবৰাহকাৰী এই পৰ্যন্ত স্পষ্ট হোৱা নাই ৷Conclusion:Debabrat goswami