ওদালগুৰি, 8 জুলাই : ওদালগুৰি জিলাৰ মাজবাট থানাৰ অন্তৰ্গত বেতিবাৰী চাহ বাগিছাৰ হাতিপোতাত লোমহৰ্ষক হত্যাকাণ্ড । পুত্ৰ প্ৰদীপ গৌড় আৰু বোৱাৰী জিন্তু ভূমিজে হত্যা কৰি অৰ্ধ উলংগকৈ পাকঘৰত পুতি থলে ৰুনা গৌড় নামৰ মহিলাগৰাকীক । জানিব পৰা মতে দেওবাৰে সন্ধিয়া মৃত মহিলাগৰাকীৰ পুত্ৰ প্ৰদীপ গৌড় আৰু বোৱাৰী জিন্তু ভূমিজে পাকঘৰত এটা গাত খান্দি থকা প্ৰত্যক্ষ কৰে এজন আত্মীয়ই । ইয়াৰ পাচৰে পৰা ৰুনা গৌড়ক ঘৰত দেখা নোপোৱাত মহিলা গৰাকীক হত্যা কৰাৰ সন্দেহ কৰি মাজবাট থানাত মহিলা গৰাকীক হত্যা কৰা বুলি এজাহাৰ দাখিল কৰে মহিলা গৰাকীৰ দেওৰ চৰন গৌড়ে । এজাহাৰ লাভ কৰাৰ পিছত মাজবাট আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পুত্ৰ আৰু বোৱাৰীক মহিলা গৰাকীৰ বিষয়ে সোধ পোছ কৰাত ওলাই পৰে প্ৰকৃত কাহিনী । পিছত মাজবাট আৰক্ষীয়ে মাজবাট ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত হত্যাকাৰী দুজনৰ হাতেৰেই গাতটো খন্দুৱাই মাতৃ ৰুনা গৌড়ৰ মৃতদেহটো উদ্ধাৰ কৰে । আনহাতে, আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে মদ্যপান কৰি হোৱা কাজিয়াৰ বাবেই চোকা অস্ত্ৰ আৰু খৰিৰে কোবাই পুত্ৰ আৰু বোৱাৰীয়ে হত্যা কৰিছিল ৰুনা গৌড়ক । বৰ্তমান হত্যাকাৰী দুজনকে ৰঙাঘৰলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে ৷
লোমহৰ্ষক ! পাকঘৰত পুতিলে মাতৃৰ মৃতদেহ - লোমহৰ্ষক
বেতিবাৰী চাহ বাগিছাৰ হাতিপোতাত লোমহৰ্ষক হত্যাকাণ্ড ৷ প্ৰদীপ গৌড় আৰু জিন্তু ভূমিজে হত্যা কৰি অৰ্ধ উলংগকৈ পাকঘৰত পুতি থলে ৰুনা গৌড় নামৰ মহিলাগৰাকীক । চোকা অস্ত্ৰ আৰু খৰিৰে কোবাই পুত্ৰ আৰু বোৱাৰীয়ে হত্যা কৰিছিল ৰুনা গৌড়ক । হত্যাকাৰী দুজনক ৰঙাঘৰলৈ প্ৰেৰণ ৷
ওদালগুৰি, 8 জুলাই : ওদালগুৰি জিলাৰ মাজবাট থানাৰ অন্তৰ্গত বেতিবাৰী চাহ বাগিছাৰ হাতিপোতাত লোমহৰ্ষক হত্যাকাণ্ড । পুত্ৰ প্ৰদীপ গৌড় আৰু বোৱাৰী জিন্তু ভূমিজে হত্যা কৰি অৰ্ধ উলংগকৈ পাকঘৰত পুতি থলে ৰুনা গৌড় নামৰ মহিলাগৰাকীক । জানিব পৰা মতে দেওবাৰে সন্ধিয়া মৃত মহিলাগৰাকীৰ পুত্ৰ প্ৰদীপ গৌড় আৰু বোৱাৰী জিন্তু ভূমিজে পাকঘৰত এটা গাত খান্দি থকা প্ৰত্যক্ষ কৰে এজন আত্মীয়ই । ইয়াৰ পাচৰে পৰা ৰুনা গৌড়ক ঘৰত দেখা নোপোৱাত মহিলা গৰাকীক হত্যা কৰাৰ সন্দেহ কৰি মাজবাট থানাত মহিলা গৰাকীক হত্যা কৰা বুলি এজাহাৰ দাখিল কৰে মহিলা গৰাকীৰ দেওৰ চৰন গৌড়ে । এজাহাৰ লাভ কৰাৰ পিছত মাজবাট আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পুত্ৰ আৰু বোৱাৰীক মহিলা গৰাকীৰ বিষয়ে সোধ পোছ কৰাত ওলাই পৰে প্ৰকৃত কাহিনী । পিছত মাজবাট আৰক্ষীয়ে মাজবাট ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত হত্যাকাৰী দুজনৰ হাতেৰেই গাতটো খন্দুৱাই মাতৃ ৰুনা গৌড়ৰ মৃতদেহটো উদ্ধাৰ কৰে । আনহাতে, আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে মদ্যপান কৰি হোৱা কাজিয়াৰ বাবেই চোকা অস্ত্ৰ আৰু খৰিৰে কোবাই পুত্ৰ আৰু বোৱাৰীয়ে হত্যা কৰিছিল ৰুনা গৌড়ক । বৰ্তমান হত্যাকাৰী দুজনকে ৰঙাঘৰলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে ৷
পুত্ৰ প্ৰদীপ গৌড় আৰু বোৱাৰী জিন্তু ভূমিজে হত্যা কৰি অৰ্ধ উলংগকৈ পাকঘৰৰ পুতি থলে মাতৃ ৰুনা গৌড়ক। বৰ্তমান আৰক্ষীৰ জালত হত্যাকাৰী পুত্ৰ আৰু বোৱাৰী।Body:ওদালগুৰি জিলাৰ মাজবাট থানাৰ অন্তৰ্গত বেতিবাৰী চাহ বাগিছাৰ হাতিপোতাত এগৰাকী মহিলাক নিজ পুত্ৰ আৰু বোৱাৰীয়ে হত্যা কৰি অৰ্ধ উলংগ কৰি পাকঘৰত পুতি থোৱা কেন্দ্ৰকৰি অঞ্চলজুৰি সৃষ্টি হৈছে চাঞ্চল্যৰ। পুত্ৰ বোৱাৰীৰ হাতত প্ৰাণ যোৱা মহিলা গৰাকী গৰাকী হ'ল ৰুমা গৌৰ (৫০)। জানিব পৰা মতে ৰবিবাৰে সন্ধিয়া মৃত মহিলা গৰাকীৰ পুত্ৰ প্ৰদীপ গৌড় আৰু বোৱাৰী জিন্তু ভূমিজে পাকঘৰৰ এটা গাত খান্দি থকা প্ৰত্যক্ষ কৰে এজন আত্মীয়ই। ইয়াৰ পিছৰে পৰা ৰুনা গৌড়ক ঘৰত দেখা নোপোৱাত মহিলা গৰাকীক হত্যা কৰাৰ সন্দেহ কৰি মাজবাট থানাত মহিলা গৰাকীক হত্যা বুলি এজাহাৰ দাখিল কৰে মহিলা গৰাকীৰ দেওৰ চৰন গৌড়ে। এজাহাৰ লাভ কৰাৰ পিছত মাজবাট আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পুত্ৰ আৰু বোৱাৰীক মহিলা গৰাকীৰ বিষয়ে সোধ পোছ কৰাত উলাই পৰে প্ৰকৃত কাহিনী।পিছত মাজবাট আৰক্ষীয়ে মাজবাট ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত হত্যাকাৰীৰ দুজনৰ হাতেৰেই গাতটো খান্দি মাতৃ ৰুনা গৌড়ৰ মৃতদেহটো উদ্ধাৰ কৰে। আনহাতে আৰক্ষী সুত্ৰৰ পৰা জানিব পৰা মতে মদ্যপান কৰি হোৱা কাজিয়াৰ বাবেই চোকা অস্ত্ৰ আৰু খৰিৰে কোবাই পুত্ৰ আৰু বোৱাৰীয়ে হত্যা কৰিছিল ৰুনা গৌড়ক। বৰ্তমান হত্যাকাৰী দুজনকে ৰঙাঘৰলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে।
Byte - OC .Mazbat PS
ফটো বোৰ হত্যাকাৰীৰConclusion: