ETV Bharat / state

ৰাজ্যত পুনৰ চলন্ত ৰেলত ধৰ্ষণৰ অপচেষ্টা

author img

By

Published : Sep 17, 2019, 9:56 PM IST

মুকংচেলেক-ৰঙিয়া অভিমুখী যাত্ৰীবাহী ৰেলত অঘটন ৷ যুৱতীক ধৰ্ষণৰ অপচেষ্টা আৰ পি এফৰ জোৱানৰ ৷

ৰাজ্যত পুণৰ চলন্ত ৰেলত ধৰ্ষণৰ অপচেষ্টা

ওদালগুৰি, 17 ছেপ্তেম্বৰ:

  • মুকংচেলেক-ৰঙিয়া অভিমুখী যাত্ৰীবাহী ৰেলত পুণৰ যুৱতীক ধষৰ্ণৰ অপচেষ্টা
  • গুৱাহাটীৰ এগৰাকী যুৱতীক ধৰ্ষণৰ অপচেষ্টা আৰপিএফৰ জোৱানৰ
  • অভিযুক্ত জোৱানজন উত্তৰ প্ৰদেশৰ প্ৰতাপগড়ৰ পি আৰ শুক্লা
    চলন্ত ৰেলত যুৱতীক ধৰ্ষণৰ অপচেষ্টা আৰ পি এফৰ জোৱানৰ
  • লখিমপুৰৰ পৰা ৰঙিয়ালৈ বান্ধৱীৰ সৈতে যাত্ৰা কৰিছিল যুৱতীগৰাকীয়ে
  • ঘটনা সন্দৰ্ভত ওদালগুৰি থানাত ভুক্তভোগী যুৱতীৰ এজাহাৰ
  • ওদালগুৰি আৰক্ষীৰ জিম্মাত অভিযুক্ত আৰপিএফ জোৱান

Intro:ৰাজ্যত পুনৰ চলন্ত ৰেলত ধৰ্ষণৰ অপচেষ্টা

মোকৰচেলেং-ৰঙিয়া অভিমূখি যাত্ৰবাহী ৰেলত আৰ পি এফে ধৰ্ষণৰ অপচেষ্টা কৰিলে যুৱতীক।

লক্ষীমপুৰৰ পৰা ৰঙিয়ালৈ এজনী বান্ধবীৰ সৈতে যাত্ৰা কৰিছিল যুৱতী গৰাকীয়ে

যুৱতী গৰাকীয়ে প্ৰেছাৱ ঘৰলৈ যাওতেই নিৰ্যাতন চলাই আৰ পি এফ জোৱান জনে

দিনৰ ৩:১৫ মান বজাত মাজবাট আৰু ৰৌতাৰ ৰেল ষ্টেচনৰ মাজপথ ছোৱাত সংঘটিত হ'ল এই ঘটনা

ঘটনাৰ বিষয়ে জনাৰ পিছতে ওদালগুৰি ৰেল ষ্টেচনত ৰাইজে কৰায়ক্ত কৰে আৰ পি এফ জোৱান জনক।

অভিযুক্ত জোৱান জন উত্তৰ প্ৰদেশৰ প্ৰতাপগড়ৰ পি আৰ শুক্লা।

নিৰ্যাতিত যুৱতী গৰাকীৰ ঘৰ গুৱাহাটীত।

ঘটনা সংঘটিত হোৱাৰ সময়ত ডবাটোত আছিল আন দুজন আৰ পি এফ জোৱান।

নিৰ্যাতিত যুৱতী গৰাকীক সহায় নকৰাৰ অভিযোগ আৰ পি এফ জোৱান কেইজনৰ বিৰুদ্ধে

বৰ্তমান ওদালগুৰি আৰক্ষী থানাত অভিযুক্তৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে যুৱতী গৰাকীয়ে

বৰ্তমান ওদালগুৰি আৰক্ষীৰ জিম্মাত অভিযুক্ত আৰ পি এফ জোৱান জন

ঘটনা সংঘটিত হোৱাৰ পিছতে চাঞ্চল্যই বিৰাজ কৰিছে ওদালগুৰিত।

দোষীক শাস্তি প্ৰদানৰ দাবি জনাইছে বিভিন্ন দল সংগঠনে।

Body:ৰাজ্যত পুনৰ চলন্ত ৰেলত ধৰ্ষণৰ অপচেষ্টা

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.