ETV Bharat / state

পৰিচয় ওলাল জলসিঞ্চন বিভাগৰ নলাৰে উটি অহা যুৱকৰ - ওদালগুৰি আৰক্ষী

ওদালগুৰিৰ গলণ্ডিহাবিৰ জলসিঞ্চন বিভাগৰ নলাৰে উটি অহা যুৱকৰ ওলাল পৰিচয়,যুৱকজন কলগাছিয়াৰ হালিম মিঞা বুলি চিনাক্ত

পৰিচয় ওলাল জলসিঞ্চন বিভাগৰ নলাৰে উটি অহা যুৱকৰ
author img

By

Published : Jun 18, 2019, 1:55 PM IST

জনীয়া,18জুন: ওদালগুৰিৰ গলণ্ডিহাবিৰ জলসিঞ্চন বিভাগৰ নলাৰে উটি অহা যুৱকৰ পৰিচয় ওলাল ৷ দেওবাৰে জলসিঞ্চনৰ নলাৰে উটি আহিছিল এজন যুৱকৰ মৃতদেহ ৷ অঞ্চলটোৰ স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰাৰ লগে-লগে খবৰ দিছিল ওদালগুৰি আৰক্ষীক ৷ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰিছিল মৃতদেহটো ৷ কিন্তু যুৱকজনৰ কোনো পৰিচয় লাভ কৰা নাছিল আৰক্ষীয়ে ৷ যাৰ বাবে অঞ্চলটোত সৃষ্টি হৈছিল চাঞ্চল্যৰ ৷

পৰিচয় ওলাল জলসিঞ্চন বিভাগৰ নলাৰে উটি অহা যুৱকৰ

ইফালে,এই ঘটনাৰ পাছতে আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ সময়তে সোমবাৰে নিশা মৃত যুৱকজনৰ ওলাই পৰিচয় ৷ যুৱকজন কলগাছিয়াৰ হালিম মিঞা। একে গাঁৱৰে জুলহাস আলী নামৰ এজন লোকে কামৰ প্ৰলোভনেৰে গুৱাহাটীৰ কথা কৈ ওদালগুৰিলৈ লৈ গৈছিল। দেওবাৰে জুলহাস আলীয়ে কলগাছিয়ালৈ ওভতি আহি হালিম মিঞা নিৰুদ্দেশ হৈছে বুলি জনাইছিল যুৱকজনৰ পৰিয়ালক । এই ঘটনাৰ পাছতে পৰিয়ালৰ লোকে আৰক্ষীৰ ওচৰ চপাত যুৱকজনৰ মৃত্যু হোৱা বুলি জানিবলৈ পাইছিল পৰিয়ালৰ লোকে। যুৱকজনৰ পৰিয়ালৰ সন্দেহ কোনো দুষ্কৃতিকাৰীয়ে হত্যা কৰি নলাত পেলাই থৈ গৈছিল হালিমক। ইতিমধ্যেই, পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত কলগাছিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। ইফালে,স্থানীয় ৰাইজে জুলহাস আলীক আৱদ্ধ কৰিছিল যদিও ওদালগুৰিত উদ্ধাৰ যোৱা মৃতদেহটো আব্দুল হালিমৰ বুলি চিনাক্ত হোৱাৰ পাছৰে পৰা জুলহাস আলী আৰু তেওঁৰ পৰিয়ালৰ লোকে পলায়ন কৰি আছে ।

Intro:slug: as_jania_18jun_suspected_murder_vis3+byt1_spl_package_story_asc10058

জনীয়া, ১৮ জুন : কলগাছিয়াৰ যুৱকৰ ওদালগুৰিত মৃতদেহ উদ্ধাৰ। মৃত যুৱক গৰাকীৰ নাম আব্দুল হালিম। এখন নলাৰ পৰা ৰাইজে উদ্ধাৰ কৰে হালিমৰ মৃতদেহ। হত্যাৰ কৰি পেলাই সন্দেহ পৰিয়ালৰ লোকৰ। কলগাছিয়া আৰক্ষী থানাত গোচৰ ৰুজু।Body:slug: as_jania_18jun_suspected_murder_vis3+byt1_spl_package_story_asc10058

কলগাছিয়াৰ যুৱকৰ ওদালগুৰিত মৃতদেহ উদ্ধাৰ। হত্যা কৰি পেলাই দিয়াৰ সন্দেহ পৰিয়ালৰ লোকৰ। মৃত যুৱক গৰাকীৰ নাম আব্দুল হালিম মিঞা।পৰিয়ালত সৃষ্টি হৈছে কান্দোনৰ ৰোল। উল্লেখযোগ্য যে, কলগাছিয়াৰ বাসিন্দা চানমিয়াৰ পুত্ৰ আব্দুল হালিম মিঞাক একেগাঁৱৰে জুলহাস আলী নামৰ এজন ব্যক্তিয়ে কামৰ ছলেৰে গুৱাহাটীৰ কথা কৈ ওদালগুৰিত লৈ গৈছিল। দেওবাৰে জুলহাস আলীয়ে কলগাছিয়ালৈ ওভতি আহি হালিম মিঞা নিৰুদ্দেশ হৈছে বুলি জনাইছিল যদিও দেওবাৰে বিয়লিত ওদালগুৰিৰ গলণ্ডিহাবিত থকা জলসিঞ্চন বিভাগৰ এখন নলাৰ পৰা আব্দুল হালিম মিঞাৰ মৃতদেহটো উদ্ধাৰ কৰে ওদালগুৰি আৰক্ষীয়ে। শনিবাৰে নিশাৰ ভাগত মৃতদেহটো হালিম মিঞা বুলি চিনাক্ত হোৱাত কান্দোনত ভাগি পৰি পৰিয়ালৰ লোকে। যুৱক জনক কোনো দুষ্কৃতিকাৰীয়ে হত্যা কৰি নলাত পেলাই দিয়া বুলি পৰিয়ালৰ লোকে সন্দেহ কৰিছে। উল্লেখ্য যে, পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত কলগাছিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পূৰ্বেই গাঁওৰ ৰাইজে জুলহাস আলীক আবদ্ধ কৰিছিল যদিও নিশা ওদালগুৰিত উদ্ধাৰ যোৱা মৃতদেহটো আব্দুল হালিমৰ চিনাক্ত হোৱাৰ পিছৰে পৰাই জুলহাস আলী আৰু তেওঁৰ পৰিয়ালৰ লোক পলাতক আছে বুলি জানিব পৰা গৈছে।Conclusion:slug: as_jania_18jun_suspected_murder_vis3+byt1_spl_package_story_asc10058

বাইট: হালিম মিঞাৰ পিতৃ মাতৃৰ মন্তব্য।

স্বফিকুল হাছান, জনীয়া।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.