ETV Bharat / state

ৰৌতা আৰক্ষীৰ জালত লক্ষাধিক মূল্যৰ সুৰাসহ দুজন যুৱক

author img

By

Published : Jan 12, 2020, 7:46 PM IST

গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত শনিবাৰে নিশা ৰৌতা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হেমন্ত বৰুৱাৰ নেতৃত্বত আৰক্ষীৰ দল এটাই ৰাষ্ট্ৰীয় ঘাইপথত তালাচী চলাই জব্দ কৰিবলৈ সক্ষম হয় লক্ষাধিক টকাৰ বিলাতী সুৰা । ঘটনাটোৰ পিছতে ট্ৰাকৰ চালক চৌল আলম আৰু হেণ্ডিমেন মহম্মদ আদনামক গ্ৰেপ্তাৰ কৰে ৰৌতা আৰক্ষীয়ে ।

ৰৌতা আৰক্ষী
40 লাখ টকাৰ সুৰা জব্দ

ওদালগুৰি,12 জানুৱাৰীঃ ওদালগুৰিত পুৱতি নিশা আৰক্ষীৰ সফল অভিযান ৷ ৰৌতাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় এখন অবৈধ সুৰা ভৰ্তি ট্ৰাক ৷ লগতে আটক কৰে উত্তৰ প্ৰদেশৰ দুজন যুৱকক ৷

ৰৌতা আৰক্ষী
আটক দুজন যুৱক

প্ৰাপ্ত তথ্য মতে, গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত শনিবাৰে নিশা ৰৌতা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হেমন্ত বৰুৱাৰ নেতৃত্বত আৰক্ষীৰ দল এটাই ৰাষ্ট্ৰীয় ঘাইপথটিত তালাচী চলায় ।পুৱা 5 মান বজাত UP 21 CN-2181 নম্বৰৰ ট্ৰাক এখনত আৰক্ষীৰ দলটোৱে তালাচী চলাব বিচৰাত চালকজনে ট্ৰাকখনত প্ৰসাধন সামগ্ৰী থকা বুলি উল্লেখ কৰে ৷ লগতে এখন চালানো প্ৰদৰ্শন কৰে চালকজনে । কিন্তু চালকজনৰ কথাত পতিয়ন নগৈ আৰক্ষীয়ে ট্ৰাকখনত তালাচী চলাই জব্দ কৰে প্ৰায় ৪০ লাখৰো অধিক মূল্যৰ প্ৰায় ১,০০০ কাৰ্টুন বিলাতী সুৰা ৷

ৰৌতা আৰক্ষী
40 লাখ টকাৰ সুৰা জব্দ

ঘটনাটোৰ পিছতে ট্ৰাকৰ চালক চৌল আলম আৰু হেণ্ডিমেন মহম্মদ আদনামক গ্ৰেপ্তাৰ কৰে ৰৌতা আৰক্ষীয়ে । জব্দ সুৰাখিনি অৰুণাচলৰ পৰা মহাৰাষ্ট্ৰলৈ নিয়াৰ পৰিকল্পনা কৰিছিল বুলি ধৃত যুৱক দুজনে প্ৰকাশ কৰে ৷ ঘটনাতো সন্দৰ্ভত ৰৌতা আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি দেওবাৰে যুৱক দুজনক ওদালগুৰি আদালতত হাজিৰ কৰায় । আদালতে যুৱক দুজনক ৩ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে ।

লগতে চাওকঃবাইহাটাৰ কমলপুৰত পথত জ্বলিল মটৰচাইকেল

Intro:
ৰৌতা আৰক্ষীৰ বৃহৎ সফলতা।

৪০ লাখৰো অধিক টকাৰ অবৈধ্য সুৰা সহ ৰৌতা আৰক্ষীৰ জালত দুই যুৱক

Body:যোৱা পুৱতি নিশা ওদালগুৰি জিলাৰ ৰৌতাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰৌতা আৰক্ষীয়ে সফল অভিযান চলাই এখন অবৈধ্য সুৰা ভৰ্তী ট্ৰাক জব্দ কৰাৰ লগতে উত্তৰ প্ৰদেশৰ দুজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। প্ৰাপ্ত তথ্য মতে গোপন সুত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত যোৱা নিশা ৰৌতা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হেমন্ত বৰুৱাৰ নেতৃত্বত আৰক্ষীৰ দল এটাই ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত তালাচী অভিযান চলাই। পুৱা ৫ মান বজাত UP 21 CN 2181 নম্বৰৰ ট্ৰাক এখনত আৰক্ষীৰ দলটোৱে তালাচী চলাব বিচৰাত চালক জনে ট্ৰাকত প্ৰসাধন সামগ্ৰী থকা বুলি উল্লেখ কৰাৰ লগতে প্ৰসাধন সামগ্ৰীৰ চালান প্ৰদৰ্শন কৰে। কিন্তু চালকৰ দাবীত ৰৌতা আৰক্ষীৰ দলটো পতিয়ন নগৈ ট্ৰাকখনত তালাচী অভিযান চলাই আৰু ৪০ লাখৰো অধিক মূল্যৰ প্ৰায় ১০০০ কাৰ্টুন বিলাতি সুৰা জব্দ কৰিব সক্ষম হয়। ইয়াৰ পিছতে ট্ৰাকখনৰ চালক চৌল আলম আৰু হেণ্ডিমেন মহম্মদ আদনামক গ্ৰেপ্তাৰ কৰে ৰৌতা আৰক্ষীয়ে। এই সুৰাখিনি অৰুণাচলৰ পৰা মহাৰাষ্ট্ৰলৈ নিয়াৰ পৰিকল্পনা কৰিছিল বুলি জানিব পৰা গৈছে। এই সন্দৰ্ভত ৰৌতা আৰক্ষীয়ে এটা নিজাববীয়াকৈ গোচৰ ৰুজু কৰি আজি যুৱক দুজনক ওদালগুৰিৰ আদালতত হাজিৰ কৰাই। পিছত আদালতে যুৱক দুজনক ৩ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.