ETV Bharat / state

ৰৌতাত টাটা এচি আৰু এল্ট বাহনৰ মাজত মুখা-মুখি সংঘৰ্ষ, নিহত 1

দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত 5 জনকৈ আৰোহী

UDALGURI
author img

By

Published : Mar 26, 2019, 7:24 PM IST

ওডালগুৰি ,26 মাৰ্চঃওদালগুৰি জিলাৰ ভালুকমাৰীত 15 নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা । ৰৌতা অভিমূখী সামগ্ৰী কঢ়িওৱা AS-25BC-4402 নম্বৰৰ টাটা এচি আৰু তেজপুৰ অভিমুখী AS-12G-5960 নম্বৰৰ এখন এল্ট বাহনৰ মুখা-মুখি সংঘৰ্ষ হয় ৷ দুৰ্ঘটনাটোত এল্টৰ চালকজন নিহত হোৱাৰ লগতে টাটা এচি খনৰ 5 জনকৈ আৰোহী গুৰুতৰভাৱে আহত হয় । নিহত লোকজন ঢেকীয়াজুলিৰ সুৰজিৎ ৰয় বুলি চিনাক্ত ৷

ৰৌতাত টাটা এচি আৰু এল্ট বাহনৰ মাজত মুখা-মুখি সংঘৰ্ষ

দু্ৰ্ঘটনাত গুৰুতৰ ভাৱে আহত হোৱা সুৰজিৎ ৰয়ক ৰৌতা আদৰ্শ চিকিৎসালয়লৈপ্ৰেৰণ কৰা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে । আনহাতে আহত আন লোক কেইজনকো প্ৰথমে ৰৌতাৰ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে তেজপুৰ মেডিকেল কলেজ আৰু মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । আহত লোক কেইজন ৰোষ্টম আলি, ভলা শ্বেখ, আবেদ আলি, কছম আলি আৰু আব্দুল চামাদ বুলি জানিব পৰা গৈছে।

Intro:ৰৌতাত ভয়াৱহ পথ দূৰ্ঘটনাত নিহত এজন আহত ৫ Body:

ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত ভালুকমাৰীত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়ানক দূৰ্ঘটনা । ৰৌতা অভিমূখী মাল কঢ়িওৱা AS-25-BC-4402 নম্বৰৰ টাটা এচি আৰু তেজপুৰ অভিমূখী AS-12-G-5960 নম্বৰৰ এখন এল্ট বাহনৰ মুখা-মুখি সংঘৰ্ষ লগাৰ ফলত এল্টৰ চালকজন নিহত হোৱাৰ লগতে টাটা এচি খনৰ ৫ জনকৈ আৰোহী গুৰুতভাৱে আহত হয়। নিহত লোকজন ঢেকীয়াজুলীৰ সুৰজিৎ ৰয় বুলি চিনাক্ত কৰা হৈছে। উল্লেখ যে দু্ঘটনাত গুৰুতৰ ভাৱে আহত হোৱা সুৰজিৎ ৰয়ক ৰৌতা আদৰ্শ চিকিৎসালয়ত প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। আনহাতে আহত আন লোক কেইজনকো প্ৰথমে ৰৌতাৰ আদৰ্শ চিকিৎসালয়ত ভৰ্তী কৰোৱা হৈছিল যদিও পিছত উন্নত চিকিৎসাৰ বাবে তেজপুৰ মেডিকেল কলেজ আৰু মঙলদৈ অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে। আহত লোক কেইজন ৰোষ্টম আলি, ভলা শ্বেখ, আবেদ আলি, কছম আলি আৰু আব্দুল চামাদ বুলি জানিব পৰা গৈছে।

Byte প্ৰতক্ষ্যদৰ্শী

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.