ETV Bharat / state

টংলাত কোৱাৰেন্টেইন কেন্দ্ৰৰ পৰা পলায়ন কৰা যুৱকক উদ্ধাৰ

author img

By

Published : Jun 1, 2020, 10:45 PM IST

টংলা মহাবিদ্যালয়ৰ কোৱাৰেন্টেইন কেন্দ্ৰৰ পৰা পলায়ন কৰা যুৱকজন উদ্ধাৰ হয় ৷ কলাইগাঁৱৰ পকিমুৰীত উদ্ধাৰ হয় যুৱকজন ৷

ETV BHARAT
টংলাত কোৱাৰেন্টেইন চেন্টাৰ পৰা পলায়ন কৰা যুৱকক উদ্ধাৰ

ওদালগুৰি, 1 জুনঃ ওদালগুৰি জিলাৰ টংলা মহাবিদ্যালয়ৰ কোৱাৰেন্টেইন কেন্দ্ৰৰ পৰা পলায়ন কৰা যুৱকক উদ্ধাৰ হয় ৷ যুৱকজনৰ নাম জৰিফুল আলী ৷

One Youth Recovered At Tangla

অৱশেষত উদ্ধাৰ হ'ল টংলা মহাবিদ্যালয়ৰ কোৱাৰেন্টেইন কেন্দ্ৰৰ পৰা পলায়ন কৰা জৰিফুল আলী। সোমবাৰে পুৱতি নিশা কোৱাৰেন্টেইন কেন্দ্ৰৰ পৰা পলায়ন কৰিছিল যুৱকজনে। সোমবাৰে সন্ধিয়া কলাইগাঁৱৰ পকিমুৰীত উদ্ধাৰ হয় পলাতক জৰিফুল ৷ স্থানীয় ৰাইজে পকিমুৰী চকত এটা কালভাৰ্টত বহি থকা অৱস্থাত প্ৰত্যক্ষ কৰে ৰাইজে ৷ জৰিফুল আলীক দেখা পাই সন্দেহ হোৱাত ৰাইজে খবৰ দিছিল সাংবাদিকক ৷ অৱশেষত সাংবাদিকৰ তৎপৰতাত যুৱকজনক উদ্ধাৰ কৰি এম্বুলেন্সেৰে পুনৰ লৈ যায় টংলালৈ।

লগতে পঢ়ক- গুৱাহাটীত শক্তি বিভাগৰ কৰ্মচাৰীৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.