ETV Bharat / state

ওদালগুৰিত হাতীৰ আক্ৰমণত ৪৮ ঘণ্টাৰ ভিতৰতে তিনি জনৰ মৃত্যু

ওদালগুৰিৰ চামৰাঙৰ নোনাইখাচত হাতীৰ আক্ৰমণত পুনৰ মৃত্যু হ'ল এজন যুৱকৰ ৷ জিলা খনত হাতীৰ আক্ৰমণত ৪৮ ঘণ্টাৰ ভিতৰত মৃত্যু হ'ল তিনি জনৰ

ওদালগুৰিত হাতীৰ আক্ৰমণত ৪৮ ঘণ্টাৰ ভিতৰতে তিনি জনৰ মৃত্যু
author img

By

Published : Jul 5, 2019, 8:01 AM IST

ওদালগুৰি,4 জুলাইঃ ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলত অব্যাহত আছে হাতী মানুহৰ সংঘাত। বৃহস্পতিবাৰে জিলাখনৰ চামৰাঙৰ নোনাইখাচত হাতীৰ আক্ৰমণত পুনৰ মৃত্যু হ'ল এজন যুৱকৰ। মৃত্যু হোৱা যুৱক জনৰ নাম জিৎ বাহাদুৰ প্ৰধান ৷ জানিব পৰা মতে পুৱা ৪:৩০ বজাত হাল বাবলৈ পথাৰলৈ গৰু লৈ যোৱাৰ সময়তে পিছফালৰ পৰা এটা বনৰীয়া হাতীয়ে আক্ৰমণ কৰে যুৱক জনক। আক্ৰমণৰ ফলত ঘটনাস্থলীতে মৃত্যু হয় যুৱক জনৰ। পিছত ঘটনাস্থলীত ডিমাকুছি থানাৰ আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ যুৱকজনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

ওদালগুৰিত হাতীৰ আক্ৰমণত ৪৮ ঘণ্টাৰ ভিতৰতে তিনি জনৰ মৃত্যু

আনহাতে চলিত বৰ্ষতে জিলা খনত হাতীৰ আক্ৰমণত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পালে ১২ জনলৈ। মঙলবাৰে নিশাও জিলা খনৰ হৰিশিঙা থানাৰ অন্তৰ্গত বনগ্ৰুমত হাতীৰ আক্ৰমণৰ ফলত শুই থকা অৱস্থাতে কৰুণ ভাৱে মৃত্যু হৈছিল এহাল দম্পতিৰ। আনহাতে ৪৮ ঘণ্টাৰ ভিতৰত জিলাখনত তিনিজনকৈ লোকৰ হাতীৰ আক্ৰমণত মৃত্যু হোৱাৰ পিছতে আতংকিত হৈ পৰিছে ওদালগুৰি জিলাত ভাৰত-ভূটান সীমান্ত অঞ্চলত বাস কৰা লোকসকল ৷

লগতে পঢ়কঃ এটা দুৰ্ঘটনা , হত্যা আৰু উত্তপ্ত ডিব্ৰুগড়

Intro:ওদালগুৰি জিলাৰ ভাৰত- ভূটান সীমান্ত অঞ্চলত অব্যাহত আছে হাতী মানুহৰ সংঘাত
জিলা খনত হাতীৰ আক্ৰমণত ৪৮ ঘণ্টাৰ ভিতৰতে মৃত্যু হল তিনি জনৰ। আজি ওদালগুৰিৰৰ চামৰাঙৰ নোনাইখাচত হাতীৰ আক্ৰমণত পুনৰ মৃত্যু হল এজন যুৱকৰ। মৃত্যু হোৱা যুৱক জনৰ নাম জিৎ বাহাদুৰ প্ৰধান (২৫) পুৱা গৰুলৈ পথাৰলৈ যাওতেই হাতীয়ে আক্ৰমণ কৰে যুৱক জনকBody:ওদালগুৰি জিলাৰ ভাৰত- ভূটান সীমান্ত অঞ্চলত অব্যাহত আছে হাতী মানুহৰ সংঘাত। বৃহস্পতিবাৰে জিলাখনৰ চামৰাঙৰ নোনাইখাচত হাতীৰ আক্ৰমণত পুনৰ মৃত্যু হল এজন যুৱকৰ। মৃত্যু হোৱা যুৱক জনৰ নাম জিৎ বাহাদুৰ প্ৰধান (২৫) জানিব পৰা মতে পুৱা ৪:৩০ বজাত হাল বাবলৈ পথাৰৰ গৰুলৈ যোৱা সময়তে পিছ পিনৰ পৰা এটা বনৰীয়া হাতীয়ে আক্ৰমণ কৰে যুৱক জনক। আক্ৰমণত ফলত ঘটনাস্থলীতে মৃত্যু হৈ যুৱক জনৰ। পিছত ঘটনা স্থলীত ডিমাকুছি থানাৰ আৰক্ষী আৰু বন বিভাগত লোক উপস্থিত হৈ যুৱক জনৰ মৃতদেহটো মৰোনোত্তৰ পৰিক্ষাৰ বাবে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আনহাতে চলিত বৰ্ষতে জিলা খনত হাতীৰ আক্ৰমণত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পালে ১২ জনলৈ। মঙলবাৰে নিশাও জিলা খনৰ হৰিশিঙা থানাৰ অন্তৰ্গত বনগ্ৰুমত হাতীৰ আক্ৰমণৰ ফলত শুই থকা অবস্থাতে কৰুণ ভাবে মৃত্যু হৈছিল এহাল দম্পতিৰ। ৪৮ ঘণ্টাৰ ভিতৰতে জিলা খনত ৩ জনকৈ লোকৰ হাতীৰ আক্ৰমণত মৃত্যু হোৱাৰ ঘটনাৰ পিছতে এতিয়া আতংকিত হৈ পৰিছে ওদালগুৰি জিলাত ভাৰত-ভূটান সীমান্ত অঞ্চলত বাস কৰা লোক সকল।
Byte- relativeConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.