ETV Bharat / state

বাইক কিনি দিব নোৱাৰাৰ বাবে পুত্ৰৰ হাতত প্ৰাণ গ'ল পিতৃৰ!

author img

By

Published : Sep 11, 2019, 6:10 PM IST

Updated : Sep 11, 2019, 7:45 PM IST

পুত্ৰৰ হাতত প্ৰাণ গ'ল পিতৃৰ ৷ পুত্ৰই বহুদিনৰ পৰা বাইক এখন কিনি দিবলৈ পিতৃক হেঁচা দি আছিল যদিও মাত্ৰ নৱম শ্ৰেণীত পঢ়ি থকা কিশোৰ পুত্ৰজনক বাইক কিনি দিবলৈ অমান্তি হৈছিল পিতৃ ৷

বাইকৰ বাবে পুত্ৰৰ হাতত প্ৰাণ গ'ল পিতৃৰ!

ওদালগুৰি, 11 চেপ্তেম্বৰঃ ওদালগুৰিৰ ভালুকমাৰীত বুধবাৰে পুৱা সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা। পুত্ৰৰ হাতত প্ৰাণ গ'ল পিতৃৰ ৷ চোকা অস্ত্ৰৰে ঘপিয়াই বৃদ্ধ পিতৃক হত্যা কৰিলে কুলাংগাৰ পুত্ৰই । বুধবাৰে পুৱা ২ নং ভালুকমাৰী গাঁৱৰ নবাৰণ নাৰ্জাৰী নামৰ ব্যক্তিজনক নৱম শ্ৰেণীত অধ্যয়ৰত পুত্ৰই চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰে । বাইক কিনি নিদিয়াৰ বাবেই পুত্ৰই পিতৃক হত্যা কৰাৰ সন্দেহ স্থানীয়ৰ ৷

বাইকৰ বাবে পুত্ৰৰ হাতত প্ৰাণ গ'ল পিতৃৰ!

তথ্যানুসৰি, হত্যাকাৰী পুত্ৰই বহুদিনৰ পৰা বাইক এখন কিনি দিবলৈ পিতৃক হেঁচা দি আছিল যদিও মাত্ৰ নৱম শ্ৰেণীত পঢ়ি থকা কিশোৰ পুত্ৰজনক বাইক কিনি দিবলৈ অমান্তি হৈছিল পিতৃ ৷ যাৰ বাবে পথাৰত জংঘল চাফা কৰা লোহাৰ সঁজুলিৰে বৃদ্ধ পিতৃক মূৰত আক্ৰমণ কৰে । পৰিয়ালৰ লোকে ততাতৈয়াকৈ ৰৌতা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ব্যক্তিজনক ।

আনহাতে, ৰৌতা আৰক্ষীয়ে অভিযুক্ত কিশোৰজনক গ্ৰেপ্তাৰ কৰি এটি গোচৰ ৰুজু কৰি তদন্ত অব্যাহত কৰে ৷

Intro:ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত ২ নং ভালুকমাৰি গাঁৱত অঘটন।
পাষণ্ড পুত্ৰই চুকা অস্ত্ৰৰে ঘপিয়াই-ঘপিয়াই হত্যা কৰিলে বৃদ্ধ পিতৃক । আজি ৰাতিপুৱা ২ নং ভালুকমাৰী গাঁৱৰ নবাৰণ নাৰ্জাৰী নামৰ ব্যক্তিজনক নৱম শ্ৰেণীত অধ্যয়ৰত পুত্ৰ অমব্ৰীত নাৰ্জাৰীয়ে চুকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰে। বাইক কিনি নিদিয়াৰ বাবে পুত্ৰই পিতৃক হত্যা কৰাৰ সন্দেহBody:
ওদালগুৰি জিলাৰ ৰৌতাত সংঘটিত এক লোমহৰ্ষক হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ অঞ্চল ।পাষণ্ড পুত্ৰই চুকা অস্ত্ৰৰে ঘপিয়াই-ঘপিয়াই হত্যা কৰিলে বৃদ্ধ পিতৃক ।ঘটনাৰ স্থান ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত ২ নং ভালুকমাৰি গাঁৱত । আজি ৰাতিপুৱা ২ নং ভালুকমাৰী গাঁৱৰ নবাৰণ নাৰ্জাৰী নামৰ ব্যক্তিজনক নৱম শ্ৰেণীত অধ্যয়ৰত পুত্ৰ অমব্ৰীত নাৰ্জাৰীয়ে চুকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰে ।ঘটনাৰ বিৱৰণী অনুসৰি পাষণ্ড পুত্ৰই বহুদিনৰ পৰা বাইক এখন কিনি দিবলৈ পিতৃক হেচা দি আছিল যদিও মাত্ৰ নৱম শ্ৰেণীত পঢ়ি থকা কিশোৰ পুত্ৰজনক বাইক কিনি দিবলৈ অমান্তি হৈছিল । সেয়াই কাল হল পিতৃৰ বাবে । পথাৰত জংঘল চাফা কৰা লোহাৰ সজুলিৰে বৃদ্ধ পিতৃক মূৰত কেবাবাৰো আক্ৰমণ কৰে । পৰিয়ালৰ লোকে ততাতৈয়াকৈ ৰৌতা আদৰ্শ চিকিৎসালয়ত লৈ আহে যদিও চিকিৎসকে ব্যক্তিজনক মৃত বুলি ঘোষণা কৰে ।পিছত ৰৌতা আৰক্ষীয়ে পাষণ্ড অমব্ৰীত নাৰ্জাৰীক গ্ৰেপ্তাৰ কৰি IPC 132/19 ধাৰাত এটি গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ।আমহাতে মৃত ব্যক্তিজনক মৰণোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে
Conclusion:
Last Updated : Sep 11, 2019, 7:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.