ETV Bharat / state

খাৰুপেটীয়াত খাদ্য সামগ্ৰী বিতৰণ সাংসদ দিলীপ শইকীয়াৰ

দেশৰ অব্যাহত থকা দ্বিতীয় পৰ্যায়ৰ লক ডাউনৰ সময়ত খাদ্য সামগ্ৰীৰ বাবে হাহাকাৰ কৰি ফুৰা দৰিদ্ৰ লোক ঋসকলক সাংসদ দিলীপ শইকীয়াৰ নেতৃত্বত খাৰুপেটীয়া বিজেপিৰ কৰ্মকৰ্তাই সহায়ৰ হাত আগবঢ়ায় । লগতে কাৰ্যকৰ্তাসকলে প্ৰতিগৰাকীয়ে কোভিড-19ৰ বিৰুদ্ধে যুঁজ দিবলৈ সাংসদগৰাকীৰ যোগেদি প্ৰধানমন্ত্ৰী সাহাৰ্য পুঁজি আৰু মুখ্যমন্ত্ৰীৰ অসম আৰোগ্য নিধিলৈ 1 লাখ টকাৰ চেক প্ৰদান কৰে ৷

author img

By

Published : Apr 19, 2020, 12:23 PM IST

খাৰুপেটীয়াত খাদ্য সামগ্ৰী বিতৰণ সাংসদ দিলীপ শইকীয়াৰ
খাৰুপেটীয়াত খাদ্য সামগ্ৰী বিতৰণ সাংসদ দিলীপ শইকীয়াৰ

দলগাঁও, 18 এপ্ৰিল : দেশত দ্বিতীয় পৰ্যায়ৰ লক ডাউন চলি থকাৰ সময়তে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ বিচাৰি হাবাথুৰি খোৱা দৰিদ্ৰজনৰ বাবে ওলাই আহিছে ভাৰতীয় জনতা পাৰ্টি খাৰুপেটীয়াৰ কাৰ্যকৰ্তাসকল। মংগলদৈৰ সাংসদ দিলীপ শইকীয়া নেতৃত্বত দুখীয়া ৰাইজৰ মাজত খাৰুপেটীয়াৰ একাংশ বিজেপিৰ কৰ্মকৰ্তাই নগৰখনৰ শতাধিক দুখীয়া ৰাইজৰ মাজত বিতৰণ কৰে খাদ্য সামগ্ৰী ৷

সামাজিক দুৰত্ব বজাই ৰাখি তেওঁলোকে বিতৰণ কৰিছে চাউল,দাইল,মিঠাতেল আৰু অন্যান্য সামগ্ৰী। ইয়াৰোপৰি প্ৰতিগৰাকী কাৰ্যকৰ্তাই কোভিড-19ৰ সজাগতাৰ বাবে সাংসদ গৰাকীৰ জৰিয়তে প্ৰধানমন্ত্ৰী সাহাৰ্য পুঁজি আৰু মুখ্যমন্ত্ৰীৰ অসম আৰোগ্য নিধিলৈ 1 লাখ টকাৰ চেক আগবঢ়ায় বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : নলবাৰীত চিপ লৈ মহিলাৰ আত্মহত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.