- উত্তৰাখণ্ডত হোৱা ভূমিস্খলনৰ ফলত কেদাৰনাথ মন্দিৰ দৰ্শন কৰিবলৈ গৈ আৱদ্ধ অসমৰ তিনি দৰ্শনাৰ্থী
- আৱদ্ধ হৈ থকা সকল ওদালগুৰি জিলাৰ টংলা চহৰৰ পুষ্পাঞ্জলি কলিতা
- , গুৱাহাটীৰ ৰিতুপৰ্ণা ৰয় আৰু তেওঁৰ পুত্ৰ নিশান ভুঞাঁ বুলি জানিব পৰা গৈছে
- বৰ্তমান কেদাৰ নাথ মন্দিৰৰ সন্মুখত থকা জথপুৰ ভৱনত বাহৰ পাতি আছে শিশুসহ মহিলা দুগৰাকী
- উদ্ধাৰ কৰিবলৈ অসম চৰকাৰৰ সহায় বিচাৰিছে মহিলা দুগৰাকীয়ে
অসম চৰকাৰলৈ কেদাৰনাথত আৱদ্ধ দৰ্শনাৰ্থীৰ কাতৰ অনুৰোধ

Intro:Body:
Conclusion:
AA
Conclusion: