ওদালগুৰিত অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ নৰবলিৰ চেষ্টা ৷
পূজা-পাঠৰ নামত জ্বলাই দিলে ঘৰৰ লগতে সা-সম্পত্তি ৷
পত্নী, পুত্ৰ আৰু আত্মীয়ক উলংগ কৰি পূজা অৰ্চনা বিজ্ঞান শিক্ষকৰ ৷
বলি দিবলৈ চেষ্টা এটা কণমাণিক ৷
স্থনীয় লোকৰ হস্তক্ষেপৰ পাছত উত্তেজিত শিক্ষক তথা পুত্ৰৰ আক্ৰমণ ৷
পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী-সেনাৰ গুলীচালনা ৷
অৱশেষত উদ্ধাৰ কণমানি ৷
-------------------------------
ক্ষন্তেক পিছতে, সবিশেষ বাতৰি...