ETV Bharat / state

বড়োভূমিত প্ৰতিবাদৰ সন্মুখীন হাগ্ৰামা মহিলাৰী

সোমবাৰে এক দলীয় সভাত অংশ গ্ৰহণৰ বাবে ওদালগুৰি জিলাৰ ভেৰগাঁও শুক্লাইলৈ গৈছিল হাগ্ৰামা মহিলাৰী ৷ তেনে সময়তে একাংশ লোকে হাগ্ৰামা মহিলাৰীৰ কনভয়ক বাধা দি হাগ্ৰামা মহিলাৰী গ' বেক, হাগ্ৰামা মহিলাৰী মুৰ্দাবাদ, বি পি এফ মুৰ্দাবাদ আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

author img

By

Published : Sep 15, 2020, 9:52 AM IST

Hagrama Mohilary facing massive protests
বড়োভূমিত প্ৰতিবাদৰ সন্মুখীন হাগ্ৰামা মহিলাৰী

দৰং,15ছেপ্তেম্বৰঃনিজে শাসন কৰি যোৱা বড়োলেণ্ডৰ ভূমিতে এইবাৰ প্ৰতিবাদৰ সন্মুখীন হ'ল প্ৰাক্তন বিটিচি প্ৰধান তথা বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰী ৷ নেতাগৰাকীৰ জীৱনত এই অথন্তৰ হৈছে ওদালগুৰি জিলাৰ ভেৰগাঁও ঘোৰাচল চাৰিআলিত ৷

জানিব পৰা মতে, সোমবাৰে এক দলীয় সভাত অংশ গ্ৰহণৰ বাবে ওদালগুৰি জিলাৰ ভেৰগাঁও শুক্লাইলৈ গৈছিল হাগ্ৰামা মহিলাৰী ৷ তেনে সময়তে একাংশ লোকে হাগ্ৰামা মহিলাৰীৰ কনভয়ক বাধা দি হাগ্ৰামা মহিলাৰী গ' বেক, হাগ্ৰামা মহিলাৰী মুৰ্দাবাদ, বি পি এফ মুৰ্দাবাদ আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ এই ঘটনাৰ পিছতে এতিয়া সমগ্ৰ বিটিএডিতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷

লগতে পঢ়কঃবঢ়মপুৰত নৱম অসম আৰক্ষী বাহিনীৰ সোণালী জয়ন্তী উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.