ETV Bharat / state

হিমন্ত বিশ্ব শৰ্মা ৰাজনৈতিক বতৰ বিজ্ঞানী : ৰকিবুল হুছেইন

author img

By

Published : Nov 17, 2020, 10:58 PM IST

Updated : Nov 18, 2020, 4:38 PM IST

ওদালগুৰি বিটিচি পৰিষদৰ ৩৯ নং পাচনৈ চেৰফাং সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী নৱ কুৰ্মীৰ নিৰ্বাচনী প্ৰচাৰ সভাত বিজেপিক সমালোচনা কংগ্ৰেছেৰ ৷ হিমন্ত বিশ্ব শৰ্মাক ৰাজনৈতিক বতৰ বিজ্ঞানী আখ্যা ৰকিবুল হুছেইনৰ ৷ গছত গৰু যিদিনা উঠিব সেইদিনাহে বিজেপিত যোগদান কৰিব ৰকিবুল হুছেইনে । ৰূপজ্যোতি কুৰ্মীয়ে কয়,হিমন্ত বিশ্ব শৰ্মা বিফল মন্ত্ৰী ৷

As_drg_orrang_congress_meeting_ASC10006
হিমন্ত বিশ্ব শৰ্মা ৰাজনৈতিক বতৰ বিজ্ঞানী : ৰকিবুল হুছেইন

দৰং,17 নৱেম্বৰ: হিমন্তক কংগ্ৰেছ লৈ অনা আৰু মুখ্যমন্ত্ৰী পতাৰ মধ্যস্থতা কৰিব ৰকিবুল হুছেইনে। গছত গৰু যিদিনা উঠিব সেইদিনাহে বিজেপিত যোগদান কৰিব ৰকিবুল হুছেইনে । একালৰ বন্ধু হিমন্তক মুখ্যমন্ত্ৰী হোৱাৰ শেষ ইচ্ছা পূৰণ কৰিব ৰকিবুলে। কংগ্ৰেছৰ নেতৃত্বত অসমত মিত্ৰজোঁটৰ চৰকাৰ হ'ব আৰু সেই কথা গম পাই হিমন্তই পুনৰ কংগ্ৰেছত ঠাই বিচাৰি ল'বৰ বাবে বিভ্ৰান্তি কৰিছে । হিমন্ত বিশ্বই এইবাৰ বাবুৰ গীতত নাচিব । হিমন্ত বিশ্ব শৰ্মা ৰাজনৈতিক বতৰ বিজ্ঞানী । বন্ধু লৈ মৰম থকাৰ বাবে ৰকিবুলে হিমন্তক সহায় কৰিবলৈ চেষ্টা কৰিব কিন্তু সতীৰ্থসকলে ৰকিবুলক বাধা দিব । এই মন্তব্য ৰকিবুল হুছেইনৰ ৷ ওদালগুৰি বিটিচি পৰিষদৰ ৩৯ নং পাচনৈ চেৰফাং সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী নৱ কুৰ্মীৰ নিৰ্বাচনী প্ৰচাৰ সভাত বিজেপিক সমালোচনা কৰে কংগ্ৰেছে ৷

নিৰ্বাচনী প্ৰচাৰ সভাত ৰূপজ্যোতি কুৰ্মীয়ে কয় যে,ফোন নম্বৰ দিয়াৰ পৰিৱৰ্তে উন্নয়নৰ খাতিয়ান কিয় নিদিলে হিমন্ত বিশ্ব শৰ্মাই ? হিমন্ত বিশ্ব শৰ্মা বিফল মন্ত্ৰী । মোগলৰ পিছত বৃটিছ আহিল তাৰ পিছত দেশ স্বাধীন হ'ল। এতিয়া মোগলৰ প্ৰসংগ ক'ৰ পৰা আহিল ? কংগ্ৰেছৰ বহু হাইপ্ৰফাইল নেতাই বিজেপিত যোগদান কৰাৰ প্ৰসংগত বিধায়ক ৰূপজ্যোতি কৰ্মীৰ গুৰুত্বপূৰ্ণ মন্তব্য,কোনে বিজেপিত যোগদান কৰিব ওলাইছে মই নাজানো । মই চৰিত্ৰহীন নহয় গতিকে মই বিজেপি লৈ নাযাও ৷ কংগ্ৰেছৰ আশীৰ্বাদ নহলে বিটিচিত কোনো দলৰে চৰকাৰ গঠন হ'ব নোৱাৰে । বহু কংগ্ৰেছী হাইপ্ৰফাইল নেতাই বিজেপিত যোগদান কৰিব বুলি প্ৰচাৰ হোৱাটো উৰা বাতৰি । নিৰ্বাচনৰ আগতে এনে বাতৰি ওলাবই ।

লগতে পঢ়ক : সাংবাদিক নিগ্ৰহ সন্দৰ্ভত কি ক’লে জুবিন গাৰ্গে ?

Last Updated : Nov 18, 2020, 4:38 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.