ETV Bharat / state

পশ্চিম কামেঙত বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক 2 - ASSAM

মঙলবাৰে এছ এছ বিৰ 61 নং বেটেলিয়ানে অসম- অৰুণাচল সীমান্ত অঞ্চলত অভিযান চলাই অৰুণাচলৰ পশ্চিম কামেং জিলাৰ পৰা 157 কেজি ভাং সহ দুজন অসমৰ যুৱকক আটক কৰিবলৈ সক্ষম হয় ৷

পশ্চিম কামেঙত বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক 2
author img

By

Published : Apr 24, 2019, 2:19 AM IST

ওদালগুৰি,24 এপ্ৰিলঃ ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ডত থকা এছ এছ বিৰ 61 নং বেটেলিয়ানে অসম- অৰুণাচল সীমান্ত অঞ্চলত অভিযান চলাই অৰুণাচলৰ পশ্চিম কামেং জিলাৰ পৰা 157 কেজি ভাং সহ দুজন অসমৰ যুৱকক আটক কৰিব সক্ষম হয়। বিশেষ সুত্ৰৰ পৰা পোৱা তথ্য অনুসৰি সোমবাৰৰ পৰা নেৰা নেপেৰাকৈ অভিযান চলাই এছ এছ বিৰ অভিযানকাৰী দলটোৱে মঙলবাৰে আবেলি 4 মান বজাত 8 টা বেগত ৰখা বৃহৎ পৰিমানৰ ভাং খিনি জব্দ কৰাৰ লগতে আটক কৰে অসমৰ যুৱক দুজনক। এছ এছ বিয়ে আটক কৰা অসমৰ যুৱক দুজন হ'ল ওদালগুৰি জিলাৰ মাজবাটৰ তলং মুৰ্মু আৰু দেখা বসুমতাৰী। আটকাধীন যুৱক দুজনক বুধবাৰে অৰুণাচলৰ খালাকটাং আৰক্ষী থানাত গতাই দিব বুলি জনাই এছ এছ বিয়ে।

ওদালগুৰিঃ ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ডত থকা এছ এছ বিৰ ৬১ নং বেটেলিয়ানে অসম- অৰুণাচল সীমান্ত অঞ্চলত অভিযান চলাই অৰুণাচলৰ পশ্চিম কামেং জিলাৰ পৰা ১৫৮ কেজি ভাং সহ দুজন অসমৰ যুৱকক আটক কৰিব সক্ষম হয়। বিশেষ সুত্ৰৰ পৰা পোৱা তথ্য অনুসৰি সোমবাৰৰ পৰা নেৰা নেপেৰাকৈ অভিযান চলাই এছ এছ বিৰ অভিযানকাৰী দলটোৱে মঙলবাৰে আবেলি ৪ মান বজাত ৮ টা বেগত ৰখা বৃহৎ পৰিমানৰ ভাং খিনি জব্দ কৰাৰ লগতে আটক কৰে অসমৰ যুৱক দুজনক। এছ এছ বিয়ে আটক কৰা অসমৰ যুৱক দুজন হ'ল ওদালগুৰি জিলাৰ মাজবাটৰ তলং মুৰ্মু আৰু দেখা বসুমতাৰী। আটকাধীন যুৱক দুজনক বুধবাৰে অৰুণাচলৰ খালাকটাং আৰক্ষী থানাত গতাই দিব বুলি জনাই এছ এছ বিয়ে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.