ওদালগুৰি, ২১ এপ্ৰিলঃ ৰাজ্যজুৰি উদযাপন কৰা হৈছে ৰঙালী বিহু । পিছ পৰি থকা নাই অসমৰ অন্যতম জনগোষ্ঠী বড়ো লোকসকল । ওদালগুৰি ষ্টেডিয়ামত বড়ো সকলে তিনি দিনীয়াকৈ আয়োজন কৰে ৰংজালি বৈশাগু অৰ্থাৎ ৰঙালী বিহু । তিনি দিনীয়াকৈ অনুষ্ঠিত হোৱা বিহুৰ কাৰ্যসূচীৰ অন্তিম দিনা অনুষ্ঠিত হয় মুকলি বিহু প্ৰতিযোগিতা । মুকলি বিহুত কেইবাটাও দলে বাগুৰুম্বা নৃত্য প্ৰদৰ্শন কৰে । দেওবাৰে মুকলি বিহুৰ অনুষ্ঠানত এনডিএফবি প্ৰগতিশীলৰ সভাপতি ধীৰেন বড়ো, ওদালগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ লুক দৈমাৰীৰ লগতে বহু কেইজন বিশিষ্ট লোকে অংশ গ্ৰহণ কৰে ।আনহাতে, মুকলি সভাত বৈশাগুৰ লগতে বড়ো সকলৰ বিভিন্ন দিশত আলোচনা কৰা হয় ।
ওদালগুৰিত উদযাপন বৈশাগু
ওদালগুৰি ষ্টেডিয়ামত বড়ো সকলে তিনি দিনীয়াকৈ আয়োজন কৰে ৰংজালি বৈশাগু অৰ্থাৎ ৰঙালী বিহু । তিনি দিনীয়াকৈ অনুষ্ঠিত হোৱা বিহুৰ কাৰ্যসূচীৰ অন্তিম দিনা অনুষ্ঠিত হয় মুকলি বিহু প্ৰতিযোগিতা ৷
ওদালগুৰি, ২১ এপ্ৰিলঃ ৰাজ্যজুৰি উদযাপন কৰা হৈছে ৰঙালী বিহু । পিছ পৰি থকা নাই অসমৰ অন্যতম জনগোষ্ঠী বড়ো লোকসকল । ওদালগুৰি ষ্টেডিয়ামত বড়ো সকলে তিনি দিনীয়াকৈ আয়োজন কৰে ৰংজালি বৈশাগু অৰ্থাৎ ৰঙালী বিহু । তিনি দিনীয়াকৈ অনুষ্ঠিত হোৱা বিহুৰ কাৰ্যসূচীৰ অন্তিম দিনা অনুষ্ঠিত হয় মুকলি বিহু প্ৰতিযোগিতা । মুকলি বিহুত কেইবাটাও দলে বাগুৰুম্বা নৃত্য প্ৰদৰ্শন কৰে । দেওবাৰে মুকলি বিহুৰ অনুষ্ঠানত এনডিএফবি প্ৰগতিশীলৰ সভাপতি ধীৰেন বড়ো, ওদালগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ লুক দৈমাৰীৰ লগতে বহু কেইজন বিশিষ্ট লোকে অংশ গ্ৰহণ কৰে ।আনহাতে, মুকলি সভাত বৈশাগুৰ লগতে বড়ো সকলৰ বিভিন্ন দিশত আলোচনা কৰা হয় ।
Body:নির্বাচনৰ মাজতে ৰাজ্যজুৰি উদযাপনৰ কৰা হৈছে ৰঙালী বিহু। পিছ পৰি থকা নাই অসমৰ অন্যতম জনগোষ্ঠী বড়ো সকলো। ওদালগুৰি ষ্টেডিয়ামত বড়ো সকলে তিনি দিনীয়াকৈ আয়োজন কৰিছে ৰংজালি বৈশাগু অৰ্থাৎ ৰঙালী বিহু। তিনি দিনীয়াকৈ। অনুষ্ঠিত হোৱা বিহুৰ কাৰ্যসূচীৰ অন্তিম দিনা অনুষ্ঠিত হৈ মুকলি বিহুৰ প্ৰতিযোগিতা। উক্ত মুকলি বিহুত কেইবাটাও দলে বাগুৰুম্বা নৃত্য প্ৰদৰ্শন কৰে। আজিৰ মুকলি বিহুৰ অনুষ্ঠানত এন ডি এফ বি প্ৰগতিশীলৰ সভাপতি ধীৰেন বড়ো, ওদালগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ লুক দৈমাৰীৰ লগতে বহু কেইজন বিশিষ্ট লোকে অংশ গ্ৰহণ কৰে। ইয়াৰ পিছতে অনুষ্ঠিত হোৱা মুকলি সভাত বৈশাগুৰ লগতে বড়ো সকলৰ বিভিন্ন দিশত আলোচনা কৰা হয়
Conclusion: