ETV Bharat / state

ওদালগুৰিত মন্ত্রী ৰিহণ দৈমাৰীৰ সংবাদমেল - ৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে ক‘ৰণা যুজঁত

কৰণাৰ প্ৰৰিপ্ৰেক্ষতত বাক্সা আৰু ওদালগুৰিৰ বিশেষ দায়িত্বত থকা মন্ত্ৰী দৈমাৰীয়ে এই জিলা দুখনত বহিঃ ৰাজ্যৰ পৰা ৩০ হাজাৰৰো অধিক লোক উভতি আহিব বুলি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে ৷

a_udl_cabinet_minister_rihon_press_meet_byte_as10007
ওদালগুৰিত মন্ত্রী ৰিহণ দৈমাৰীৰ সংবাদমেল
author img

By

Published : May 16, 2020, 7:23 PM IST

ওদালগুৰি,16মেঃ শনিবাৰে ওদালগুৰি চহৰত অসম চৰকাৰৰ কেবিনেত মন্ত্ৰী ৰিহণ দৈমাৰীয়ে এখন সাংবাদমেল সম্বোধন কৰে। সংবাদমেলত মন্ত্রী জনে তেওঁৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে ক‘ৰণা যুজঁত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে জানিবলৈ দিয়ে । মন্ত্ৰী জনে ৰাজ্যৰ প্ৰতিটো কোৱাৰেণ্টাইন কেন্দ্ৰতে জনস্বাস্থ‍্য কাৰিকৰী বিভাগৰ পৰা বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ লগতে শৌচালয় স্থাপন কৰা লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰা সমগ্ৰ ৰাজ্যতে চেনিটাইজ কৰি থকা বুলি জানিব দিয়ে। চেনিটাইজ কৰাৰ ক্ষেত্ৰত অগ্নি নিৰ্বাপক বাহিনীয়ে সহযোগিতা কৰা কথা উল্লেখ কৰি এতিয়াৰ পৰা জিলাই জিলাই বিভাগটোৱে নিজাকৈও গাড়ীৰে ছেনিটাইজ পক্ৰিয়া আৰম্ভ কৰিব অবগত কৰে ।

ওদালগুৰিত মন্ত্রী ৰিহণ দৈমাৰীৰ সংবাদমেল

ইতিমধ্যে জিলাই জিলাই এই সন্দৰ্ভত নিৰ্দেশনা দি গাড়ী সাজু কৰিবলৈ দিয়া বুলি মন্ত্ৰী জনে কয়। ক‘ণাৰ প্ৰৰিপ্ৰেক্ষতত বাক্সা আৰু ওদালগুৰিৰ বিশেষ দায়িত্বত থকা মন্ত্ৰী দৈমাৰীয়ে এই জিলা দুখনত বহিঃ ৰাজ্যৰ পৰা ৩০ হাজাৰৰো অধিক লোক উভতি আহিব বুলি জানিব দিয়ে। এই লোক সকলক কোৱাৰেণ্টাইনত ৰখা বাবে জিলা উপায়ুক্ত সকলক যাৱতীয় ব্যবস্থা প্ৰস্তুটো কৰাৰ নিৰ্দেশ দিয়া বুলি মন্ত্ৰী জনে উল্লেখ কৰে। ওদালগুৰি জিলা খনত থকা মডেল হস্পিতাল বোৰৰ লগতে নতুনকৈ বহু কেইটা কোৱাৰেণ্টাইন চেণ্টাৰ সাজু কৰি থকা বুলি মন্ত্রী জনে উল্লেখ কৰাৰ লগতে নতুন কোৱাৰেণ্টাইন চেণ্টাৰ বোৰত ৫০০ ৰো অধিক লোক থাকিব পাৰিব বুলি মন্ত্রী জনে উল্লেখ কৰি প্ৰয়োজন হলে জিলা খনৰ গাঁও বোৰত থকা কমিউনিটি হল, স্কুল আদিও কোৱাৰেণ্টাইন চেণ্টাৰ হিচাপে সাজু কৰা হব বুলি সংবাদমেলত সদৰি কৰে ৷

লগতে পঢ়কঃ কিমান নিৰ্ভৰযোগ্য কোৱাৰাইণ্টাইন চেন্টাৰৰ জাৱৰ নিষ্কাশনৰ দায়িত্বত থকা এজেঞ্চি?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.