ETV Bharat / state

বড়ো আন্দোলনৰ শ্বহীদৰ স্মৃতিত উদ্ধোধন 'মুংখলং গাৰ্ডেন'

author img

By

Published : Feb 23, 2020, 7:58 PM IST

আজি বড়ো আন্দোলনৰ শ্বহীদ সকলৰ স্মৃতিত খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ এমচিএলএ তথা বিটিচিৰ কাৰ্যবাহী সদস্য, লৌমশ্ৰাও দৈমাৰীৰ প্ৰচেষ্টাত মুংখলং গাৰ্ডেন নামেৰে এখন স্মৃতি উদ্যান মুকলি কৰা হয় ওদালগুৰি জিলাৰ খৈৰাবাৰীত ৷ উদ্যানখনৰ মুখ্য প্ৰৱেশদ্বাৰ মুকলি কৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷

মুংখলং গাৰ্ডেন
মুংখলং গাৰ্ডেন

খৈৰাবাৰী, 23 ফেব্ৰুৱাৰীঃ দেওবাৰে ওদালগুৰি জিলাৰ খৈৰাবাৰীত মুকলি কৰা হয় বড়ো আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত এখন শ্বহীদ উদ্যান ৷ খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ এমচিএলএ তথা বিটিচিৰ কাৰ্যবাহী সদস্য, লৌমশ্ৰাও দৈমাৰীৰ প্ৰচেষ্টাত মুংখলং গাৰ্ডেন নামেৰে নামাকৰণ উদ্যানখন নামেৰে নামাকৰণ কৰা হ'ল উদ্যানখনৰ ৷ উদ্যানখনৰ মুখ্য প্ৰৱেশদ্বাৰ মুকলি কৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে |

বড়ো আন্দোলনৰ শ্বহীদৰ স্মৃতিত উদ্ধোধন 'মুংখলং গাৰ্ডেন'

উদ্যানখন মুকলি কৰি শ্বহীদ সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিটিচি প্ৰধানগৰাকীয়ে ৷ এই অনুষ্ঠানত উপস্থিত থাকে বিপিএফৰ কেইবাগৰাকীও কাৰ্যবাহী সদস্য ৷ অনুষ্ঠানৰ শেষত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত আগন্তুক নিৰ্বাচন সম্পৰ্কত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে হাগ্ৰামা মহিলাৰীয়ে ৷

লগতে পঢ়কঃ বন্ধ নহয় অসমৰ এখনো মাদ্ৰাছাঃ মমিনুল আৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.