ETV Bharat / state

বড়ো সাহিত্য সভাকলৈ উখল মাখল দাউহাৰু পথাৰ

author img

By

Published : Jan 10, 2020, 11:46 PM IST

অহা ২০ জানুৱাৰীত দেশ- বিদেশৰ কেইবা লাখ সাহিত্য প্ৰেমীৰ লগতে ৰাজ্যৰ মুখমন্ত্ৰীৰ পৰা কেন্দ্ৰীয় মন্ত্রীলৈ সকলো উপস্থিত হ'ব বড়ো সাহিত্য সভাৰ অধিবেশত। মুঠতে ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে দাউহাৰু পথাৰত। সাজু হৈ উঠিছে খৈৰাবাৰীৰ ৰাইজ।

উখল মাখল দাউহাৰু পথাৰ
উখল মাখল দাউহাৰু পথাৰ

ওদালগুৰি, 10 জানুৱাৰী: আগন্তুক ২০ জানুৱাৰীৰ পৰা ২২ জানুৱাৰীলৈ ওদালগুৰি জিলাৰ খৈৰাবাৰীৰ দাউহাৰু পথাৰত অনুষ্ঠিত হ'ব বড়ো সাহিত্য সভাৰ ৫৯ সংখ্যক কেন্দ্ৰীয় অধিৱেশন। প্ৰায় ডেৰ কোটি টকা ব্যয় সাপেক্ষে অনুষ্ঠিত হ'বলগীয়া অধিবেশনখনকলৈ ওখল মাখল হয় পৰিছে খৈৰাবাৰীৰ দাউহাৰুপথাৰ। প্ৰায় ৫০০ বিঘা মাটি সামৰি লোৱা অধিৱেশনস্থলীত পূৰ্ণ গতিত চলি আছে শ্বহীদ বেদী, পতাকা উত্তোলনস্থলী, তোৰণ, মূলমঞ্চ, মণ্ডপ, প্ৰদৰ্শনী, গ্ৰন্থমেলা, প্ৰতিনিধি ঘৰ, ভোজনালয় আদি নিৰ্মাণৰ কাম।

উখল মাখল দাউহাৰু পথাৰ

লগতে পঢ়ক: কলকাতাৰ অসম ভৱনত প্ৰাণ পাব ৰসৰাজে

প্ৰতিটো দিনতে কেইবাখনো গাওঁৰ ৰাইজে শ্ৰমদান কৰিছে অধিবেশনস্থলীত। একেলগে ৫ হাজাৰ লোকে আহাৰ গ্ৰহণ কৰিব পৰাকৈ নিৰ্মাণ হৈছে ভোজনগৃহ। ৫ হাজাৰৰো অধিক প্ৰতিনিধি থাকিবলৈ নিৰ্মাণ কৰি থকা হৈছে প্ৰতিনিধি শিবিৰ। দহ হাজাৰৰো অধিক লোক বহিব পৰাকৈ নিৰ্মাণ কৰা হৈছে সভাঘৰ। অতিথি সকলক আদৰিবলৈ খৈৰাবাৰীৰ বিভিন্ন প্ৰান্তত বড়ো পৰম্পৰাগত নৃত্যৰ আখৰা কৰিছে বড়ো বোৱাৰী- জীয়ৰি সকলে।

অসমৰ লগতে নেপাল, বাংলাদেশ আদিৰ অতিথি তথা দেশ- বিদেশৰ কেইবা লাখ সাহিত্য প্ৰেমীয়ে অহা ২০ জানুৱাৰীৰ পৰা ভীৰ কৰিব দাউহাৰু পথাৰত। ৰাজ্যৰ মুখমন্ত্ৰীৰ পৰা কেন্দ্ৰীয় মন্ত্রীলৈ সকলো উপস্থিত হ'ব বড়ো সাহিত্য সভাৰ অধিবেশত। মুঠতে ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে দাউহাৰু পথাৰত। সাজু হৈ উঠিছে খৈৰাবাৰীৰ ৰাইজ।

Intro:ওদালগুৰি জিলাৰ খৈৰাবাৰীৰ দাউহাৰু পথাৰত অহা ২০ জানুৱাৰীৰ পৰা ২২ জানুৱাৰীলৈ অনুষ্ঠিত হব বড়ো সাহিত্য সভাৰ ৫৯ সংখ্যক কেন্দ্ৰীয় অধিৱেশন। প্ৰায় ডেৰ কোটি টকা ব্যয় সাপেক্ষে অনুষ্ঠিত হব লগীয়া অধিবেশন খনকলৈ এতিয়া ওখল মাখল হয় পৰিছে খৈৰাবাৰীৰ দাউহাৰু
পথাৰ। প্ৰায় ৫০০ বিঘা মাটি সামৰি লোৱা অধিৱেশনস্থলীত পূৰ্ণ গতিত চলি আছে শ্বহীদ বেদী, পতাকা উত্তোলন স্থলী, তোৰণ, মূল মঞ্চ, মণ্ডপ, প্ৰদৰ্শনী, গ্ৰন্থমেলা, প্ৰতিনিধি ঘৰ, ভোজনালয় আদি নিৰ্মাণৰ কাম।

Body:ওদালগুৰি জিলাৰ খৈৰাবাৰীৰ দাউহাৰু পথাৰত অহা ২০ জানুৱাৰীৰ পৰা ২২ জানুৱাৰীলৈ অনুষ্ঠিত হব বড়ো সাহিত্য সভাৰ ৫৯ সংখ্যক কেন্দ্ৰীয় অধিৱেশন। প্ৰায় ডেৰ কোটি টকা ব্যয় সাপেক্ষে অনুষ্ঠিত হব লগীয়া অধিবেশন খনকলৈ এতিয়া ওখল মাখল হয় পৰিছে খৈৰাবাৰীৰ দাউহাৰু
পথাৰ। প্ৰায় ৫০০ বিঘা মাটি সামৰি লোৱা অধিৱেশনস্থলীত পূৰ্ণ গতিত চলি আছে শ্বহীদ বেদী, পতাকা উত্তোলন স্থলী, তোৰণ, মূল মঞ্চ, মণ্ডপ, প্ৰদৰ্শনী, গ্ৰন্থমেলা, প্ৰতিনিধি ঘৰ, ভোজনালয় আদি নিৰ্মাণৰ কাম। প্ৰতিটো দিনতে কেইবাখনো গাওঁৰ ৰাইজে শ্ৰমদান কৰিছে অধিবেশনস্থলীত।
একে লগে ৫ হাজাৰ লোকে আহাৰ গ্ৰহণ কৰিব পৰাকৈ নিৰ্মান হৈছে ভোজনগৃহ। ৫ হাজাৰৰো অধিক প্ৰতিনিধি থাকিবলৈ নিৰ্মাণ কৰি থকা হৈছে প্ৰতিনিধি শিবিৰ। একে লগে দহ হাজাৰৰো অধিক লোক বহিব পৰাকৈ নিৰ্মান কৰা হৈছে সভাঘৰ
। অতিথি সকলক আদৰিবলৈ খৈৰাবাৰীৰ বিভিন্ন প্ৰান্তত বড়ো পৰম্পৰাগত নৃত্যৰ আখৰা কৰিছে বড়ো বোৱাৰী- জীয়ৰি সকলে। অসমৰ লগতে নেপাল, বাংলাদেশ আদিৰ অতিথি তথা দেশ- বিদেশৰ কেইবা লাখ সাহিত্য প্ৰেমীয়ে অহা ২০ জানুৱাৰীৰ পৰা ভিৰ কৰিব দাউহাৰু পথাৰত। ৰাজ্যৰ মুখমন্ত্ৰীৰ পৰা কেন্দ্ৰীয় মন্ত্রীলৈ সকলো উপস্থিত হব বড়ো সাহিত্য সভাৰ অধিবেশত। এতিয়া ইয়াকলৈ ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে দাউহাৰু পথাৰত। সাজু হৈ উঠিছে খৈৰাবাৰীৰ ৰাইজ।

Byte - বিশ্বজিত দৈমাৰী, সাংসদ, ৰাজ্যসভা

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.