ETV Bharat / state

ৰাষ্ট্ৰীয় জনজাতি গ্ৰন্থ উৎসৱ আৰু বড়ো লিখক সন্থাৰ ৩৫ তম প্ৰতিষ্ঠা দিৱসৰ সামৰণি - ETV BHARAT

ৰাষ্ট্ৰীয় জনজাতি গ্ৰন্থ উৎসৱ আৰু বড়ো লিখক সন্থাৰ ৩৫ তম প্ৰতিষ্ঠা দিৱসৰ আজি সামৰণি পৰে । ওৰাঙৰ কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়ত বড়ো লিখক সন্থাই নেচনেল বুক ট্ৰাষ্ট অফ ইণ্ডিয়া আৰু সাহিত্য অকাডেমিৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱসৰ আয়োজন কৰিছিল ।

35TH FORMATION DAY
author img

By

Published : Mar 17, 2019, 9:10 PM IST

ওদালগুৰি, ১৭ মাৰ্চ: ওৰাঙৰ কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়ত অনুষ্ঠিত ৰাষ্ট্ৰীয় জনজাতি গ্ৰন্থ উৎসৱ আৰু বড়ো লিখক সন্থাৰ ৩৫ তম প্ৰতিষ্ঠা দিৱসৰ আজি সামৰণি পৰে । বড়ো লিখক সন্থাই নেচনেল বুক ট্ৰাষ্ট অফ ইণ্ডিয়া আৰু সাহিত্য অকাডেমিৰ উদ্যোগত তথা কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়ৰ সহযোগত মহাবিদ্যালয় খনত ১৫ মার্চৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে এই দিৱসৰ আয়োজন কৰিছিল । অনুষ্ঠানৰ লগত সংগতি ৰাখি তিনিটা দিনত অনুষ্ঠিত কৰা হয় মহিলা কবি সন্মিলন, বড়ো যুৱ লিখক সভা, আলোচনাচক্ৰ, কৰ্মশালা আৰু বঁটা বিতৰণ সভা ।

35TH FORMATION DAY

আজি অনুষ্ঠানৰ অন্তিম দিনাৰ সভাত নন্দেশ্বৰ দৈমাৰী, অৰন ৰাজা বসুমতাৰী আৰু সুস্মিতা মোছাহাৰীক বঁটা প্ৰদান কৰা হয় । সভাখনত বিশিষ্ট বড়ো লিখক ড৹ মঙ্গল সিং হাজোৱাৰী, অঞ্জলি দৈমাৰী, দীননাথ বসুমতাৰীকে ধৰি বহু কেইজন বড়ো সাহিত্যিক উপস্থিত থাকে। আজিৰ অনুষ্ঠানত সাহিত্য অকাডেমিৰো বিষয়ববীয়া সকল উপস্থিত আছিল ।

Intro:ৰাষ্ট্ৰীয় জনজাতি গ্রন্থ উৎসৱ আৰু বড়ো লিখক সন্থাৰ ৩৫ তম প্ৰতিষ্ঠা দিৱসৰ সামৰণি

Body:বড়ো লিখক সন্থাই নেচনেল বুক ট্ৰাষ্ট অফ ইণ্ডিয়া আৰু সাহিত্য অকাডেমিৰ উদ্যোগত তথা ওৰাংৰ কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়ৰ সহযোগত মহাবিদ্যালয় খনত ১৫ মার্চৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় জনজাতি গ্রন্থ উৎসৱৰ আৰু বড়ো লিখক সন্থাৰ ৩৫ তম প্ৰতিষ্ঠা দিৱস আজি সামৰণি পৰে। অনুষ্ঠানৰ লগত সংগতি ৰাখি তিনিওটা দিনতে অনুষ্ঠিত কৰা হয় মহিলা কবি সন্মিলন, বড়ো যুৱ লিখক সভা, আলোচনাচক্ৰ, কৰ্মশালা , বঁটা বিতৰণ সভা আদিৰো। আজি অনুষ্ঠানৰ অন্তিম দিনা খন অনুষ্ঠিত সভাত নন্দেশ্বৰ দৈমাৰী , অৰন ৰাজা বাসুমতাৰী আৰু সুস্মিতা মোছাহাৰীক বঁটা প্ৰদান কৰা হয়। সভা খনত বিশিষ্ট বড়ো লিখক ড৹ মঙ্গল সিং হাজোৱাৰী, অঞ্জলি দৈমাৰী, দিননাথ বাসুমতাৰীকে ধৰি বহু কেইজন বড়ো সাহিত্যিক উপস্থিত থাকে। আজিৰ অনুষ্ঠানত সাহিত্য অকাডেমিৰো বিষয় ববীয়া উপস্থিত থাকে।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.