ETV Bharat / state

ৰাষ্ট্ৰীয় সংগীত গামোচাত বৈ উলিয়াইছে মাৰ্ঘেৰিটাৰ এজন যুৱকে - national anthem

খুবেই আৰ্থিকভাৱে পিছ পৰা দৰিদ্ৰ পৰিয়ালৰ এই যুৱকজন হৈছে ডিগবৈ পানবাৰী গাৱঁৰ তৰুণ গগৈ ।

ৰাষ্ট্ৰীয় সংগীত গামোচাত বৈ উলিয়াইছে মাৰ্ঘেৰিটাৰ এজন যুৱকে
author img

By

Published : Jul 2, 2019, 11:30 AM IST

Updated : Jul 2, 2019, 12:21 PM IST

মাৰ্ঘেৰিটা,২ জুলাই : শিপিনী সকলক স্বাৱলম্বিতাৰ এক সুন্দৰ পথ নিদর্শন ডিগবৈৰ এজন উঠি অহা যুৱক। আৰ্থিক ভাৱে পিছ পৰা দৰিদ্ৰ পৰিয়ালৰ এই যুৱকজন হৈছে ডিগবৈ পানবাৰী গাৱঁৰ তৰুণ গগৈ।

ৰাষ্ট্ৰীয় সংগীত গামোচাত বৈ উলিয়াইছে মাৰ্ঘেৰিটাৰ এজন যুৱকে
তৰুণে সৰুৰে পৰা নিজৰ ঘৰতে হাতেৰে তাঁত শালত বিভিন্ন ধৰণৰ মেখেলা চাদৰ,গামোচা,ৰুমাল,বৈ উপাৰ্জনৰ আহিলা হিচাপে ঘৰখন চলোৱাৰ লগতে নিজেও পঢ়া শুনা কৰি আহিছে। তৰুণ বৰ্তমান উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো ঘৰতে তাঁত শালত গামোচাত বৈ উলিয়াইছে তৰুণে। যুৱক জনে ৰাষ্ট্ৰীয় সংগীতৰ নাম এনেদৰে গামোচাত তুলিবলৈ কৰা প্ৰয়াসক সকলোৱে শলাগ লৈছে ৷

Intro: শিপিনী সকলক স্বাৱলম্বিতাৰ এক সুন্দৰ পথ নিদর্শন ডিগবৈৰ এজন উঠি অহা যুৱকৰ। নিজে তাঁত শালত বিভিন্ন কাপোৰ বোৱাৰ উপৰিও গামোচাত ভাৰতৰ ৰাষ্ট্রীয় সংগীত "জন গণ মন অধিনায়ক " গীতটো প্ৰস্তুত কৰি উলিয়াইছে এই জন যুৱকে।

Anchor/V.---ডিগবৈ পানবাৰী গাঁৱৰ এজন যুৱক যি জনে সৰুৰে পৰা নিজৰ ঘৰতে হাতেৰে তাঁত শালত বিভিন্ন ধৰণৰ মেখেলা চাদৰ, গামোচা, ৰুমাল, বৈ নিজৰ উপাৰ্জনৰ আহিলা হিচাপে ঘৰখন চলাই নিজেও পঢ়া শুনা কৰি আহিছে।
খুবেই আৰ্থিক ভাৱে পিছ পৰা দৰিদ্ৰ পৰিয়ালৰ এইজন যুৱক হৈছে ডিগবৈ পানবাৰী গাওঁৰ তৰুণ গগৈ। এতিয়া তৰুণ উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্র। তৰুনে তাঁত শালত নিজে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত " জন গণ মন"গীতটো নিজে ঘৰত তাঁত শালত গামোচাত বৈ উলিয়াইছে। তৰুনে ৰাষ্ট্ৰীয় সংগীতৰ নাম এনেদৰে জিলিকাবলৈ কৰা প্ৰয়াসেৰে নৱ প্ৰজন্মৰ মাজত এক সুন্দৰ আদৰ্শ হৈ পৰিছে।
আজি পৰ্যন্ত কোনো চৰকাৰী সুবিধা লাভ নকৰা তৰুণ এতিয়া নিজৰ পৰিশ্ৰমৰ মাজেৰে শিপিনী সকলৰ স্বাৱলম্বিতাৰ এক সুন্দৰ নিদৰ্শনও হৈ পৰিছে।
এক বিশেষ প্ৰতিবেদন....pacage
Body:Byte-TARUN GOGOIConclusion:মাৰ্ঘেৰিটাৰ পৰা শ্যামল নেওগ
Last Updated : Jul 2, 2019, 12:21 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.