ETV Bharat / state

কাকপথাৰত আলফা আলোচনা পন্থীৰ সংবাদমেল : জীতেন দত্তৰ মুক্তিৰ দাবী - আলফা নেতা অণ্টু চাওদাং

অন্টু চাওদাঙে বৰ্তমান সময়ত নতুন আঞ্চলিক ৰাজনৈতিক দল গঠন কৰিবলৈ যো-জা চলোৱা সকলকো সুবিধাবাদী বুলি উল্লেখ কৰে ৷ আঞ্চলিক ৰাজনৈতিক দল অগপৰ কাৰ্য অসমবাসীয়ে দেখিছে গতিকে নতুন ৰাজনৈতিক দলৰ অসমত কোনো প্ৰয়োজন নথকাৰ কথা উল্লেখ কৰে আলফা স্বাধীনৰ নেতাগৰাকীয়ে ৷

Ulfa press meet kakopather camp
কাকপথাৰত আলফা আলোচনা পন্থীৰ সংবাদমেল
author img

By

Published : Dec 30, 2019, 6:22 PM IST

কাকপথাৰ, 30 ডিচেম্বৰঃ সংযুক্ত মুক্তি বাহিনী অসম (আলফা)ৰ আলোচনা পন্থীৰ এখন সংবাদ মেল কাকপথাৰ শিবিৰত অনুষ্ঠিত হয় ৷ আলোচনাপন্থী আলফা নেতা অন্টু চাওদাঙ উপস্থিত থকা সংবাদমেলত জিতেন দত্তক বিনাচৰ্তে মুক্তি দিবলৈ ৰাজ্য চৰকাৰলৈ আহ্বান জনায় ৷

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ বাবেই ৰাইজক উচতনি দিয়া বুলি জিতেন দত্তক গ্ৰেপ্তাৰ কৰাতো দুভাগ্যজনক বুলি উল্লেখ কৰে নেতাজনে ৷ ৰাজ্য চৰকাৰৰ পুলিচ বাহিনীয়ে প্ৰতিবাদকাৰীক গুলিয়াই হত্যা কৰাৰ পিছত শান্তিসমদল উলিওৱা কাৰ্যকো সমালোচনা কৰে অন্টু চাওদাঙে ৷

কাকপথাৰত আলফা আলোচনা পন্থীৰ সংবাদমেল

লগতে অন্টু চাওদাঙে বৰ্তমান সময়ত নতুন আঞ্চলিক ৰাজনৈতিক দল গঠন কৰিবলৈ যো-জা চলোৱা সকলকো সুবিধাবাদী বুলি উল্লেখ কৰে ৷ আঞ্চলিক ৰাজনৈতিক দল অগপৰ কাৰ্য অসমবাসীয়ে দেখিছে গতিকে নতুন ৰাজনৈতিক দলৰ অসমত কোনো প্ৰয়োজন নথকাৰ কথা জানিবলৈ দিয়ে ৷ আলফা আলোচনাপন্থীয়ে "কা" সম্পুৰ্ণ বিৰোধ কৰাৰ লগতে ৰাইজক আন্দোলন অধিক তীব্ৰতৰ কৰিবলৈ আহ্বান জনায় ৷ আলফা আলোচনাপন্থীৰ নেতাজনে ৰাজ্য চৰকাৰক জনোৱা আহ্বান ৰাজ্য চৰকাৰে কেনেদৰে গ্ৰহণ কৰে সেইয়া হ'ব লক্ষ্যণীয় ৷

Intro:কাকপথাৰত আলফা আলোচনা পন্থীৰ সংবাদমেল : জীতেন দত্তৰ মুক্তিৰ দাবী, নতুন ৰাজনৈতিক দল গঠনৰ চিন্তা চৰ্চাক সুবিধাবাদী আক্ষ্যা

Sadiya : সংযুক্ত মুক্তি বাহিনী অসম (আলফা)ৰ আলোচনা পন্থীৰ এখন সংবাদ মেল কাকপথাৰ শিবিৰত অনুষ্ঠীত হয় ৷ আলোচনাপন্থী আলফা নেতা অন্টু চাউদাঙ উপস্থিত থকা সংবাদমেলত জিতেন দত্তক বিনাচৰ্তে মুক্তি দিবলৈ ৰাজ্য চৰকাৰলৈ আহ্বান জনায় ৷ "কা" ৰ বিৰুধে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ বাবেই ৰাইজক উচতনি দিয়া বুলি জিতেন দত্তক গ্ৰেপ্টাৰ কৰাতো দুভাগ্যজনক বুলি উল্লেখ কৰে নেতাজনে ৷ ৰাজ্য চৰকাৰৰ পুলিচ বাহিনীয়ে প্ৰতিবাদকাৰীক গুলিয়াই হত্যা কৰাৰ পিছত শান্তিসমদল উলিওৱা কাৰ্যকো সমালোচনা কৰে অন্টু চাউদাঙে ৷ লগতে অন্টু চাওদাঙে বৰ্তমান সময়ত নতুন আঞ্চলিক ৰাজনৈতিক দল গঠন কৰিবলৈ যোজা চলোৱা সকলকো সুবিধাবাদী বুলি উল্লেখ কৰে ৷ আঞ্চলিক ৰাজনৈতিক দল অগপৰ কাৰ্য অসমবাসীয়ে দেখিছে গতিকে নতুন ৰাজনৈতিক দলৰ অসমত কোনো প্ৰয়োজন নথকাৰ কথা জানিবলৈ দিয়ে ৷ আলফা আলোচনাপন্থীয়ে "কা" সম্পুৰ্ণ বিৰুধ কৰাৰ লগতে ৰাইজক "কা" বিৰুধে আন্দোলন তীব্ৰতৰ কৰিবলৈ আহ্বান জনায় ৷ আলফা আলোচনাপন্থীৰ নেতাজনে ৰাজ্য চৰকাৰক জনোৱা আহ্বান ৰাজ্য চৰকাৰে কেনেদৰে গ্ৰহণ কৰে সেইয়া হব লক্ষ্যণীয় ৷ লগতে ৰাজ্যৰ একাংশ বুদ্ধিজীৱি, সাংবাদিক, ছাত্ৰ নেতাই নতুন ৰাজনৈতিক দল গঠনৰ চিন্তা চৰ্চা কৰাৰ সময়তে স্বাধীন অসমৰ দাবীত সহস্ৰ সংগঠন কৰি আলোচনা মজিয়ালৈ ঘুৰি অহা এনে নেতাই নতুন ৰাজনৈতিক দলৰ পোষকতা নকৰাৰ বিষয়টোৱে যে প্ৰতিক্ৰিয়াৰ সৃষ্টি হব, সেইয়া ধুৰুপ ৷ আজিৰ সংবাদমেলত অন্টু চাওদাঙৰ লগতে বহুকেইজন আলফাৰ আলোচনাপন্থীৰ নেতাই অংশগ্ৰহণ কৰে ৷Body:Byte : অন্টু চাওদাং, আলফা নেতা, আলোচনাপন্থী ৷ Conclusion:Mintu Talukdar
Sadiya
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.